Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Environment Chapter 19 Answer উপকাৰী পতংগবোৰ

Chapter 19

উপকাৰী পতংগবোৰ

১। মানুহৰ লগতে প্ৰাকৃতিৰ উপকাৰত অহা পতংগ দুবিধৰ নাম লিখা?

উত্তৰঃ মানুহৰ লগতে প্ৰাকৃতিৰ উপকাৰত অহা পতংগ দুবিধৰ নাম হ’ল- ৰেচম চকৰ আৰু মৌ-মাখি।

২। অসমৰ কি কাপোৰ পৃথিৱী বিখ্যাত?

উত্তৰঃ অসমৰ মুগা সূতাৰ কাপোৰ পৃথিৱী বিখ্যাত।

৩। কোনটো পতংগৰ পৰা কাপোৰ বৱ পৰা সৃতা তৈয়াৰ হয়?

উত্তৰঃ ৰেচম চকৰীৰ লেটাৰ পৰা কাপোৰ বৱ পৰা সৃতা তৈয়াৰ হয়।

৪। মৌ-জল এবিধ অতি উত্তম খাদ্যৰ লগতে আৰু কি?

উত্তৰঃ মৌ-জল এবিধ উত্তম খাদ্য়ৰ লগতে ঔষধ।

৫। ফুলে ফুলে ঘূৰি ফুৰি মৌ-মাখিয়ে ফুলত কি ঘটায়?

উত্তৰঃ ফুলে ফুলে ঘূৰি ফুৰি মৌ-মাখিয়ে ফুলত পৰাগযোগ ঘটায়।

৬। কিহৰ কাৰণে ফুলৰ পৰা ফল হয়?

উত্তৰঃ ফুলে ফুলে ঘূৰি ফুৰি মৌ-মাখিয়ে ফুলৰ পৰাগযোগ ঘটায় সেয়েহে ফুলৰ পৰা ফল হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects