Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Environment Chapter 7 Answer মৰুভূমি আৰু ইয়াৰ বাসিন্দা

Chapter 7

মৰুভূমি আৰু ইয়াৰ বাসিন্দা

১। মৰুভূমি কেনেকুৱা এলেকা?

উত্তৰঃ মৰুভূমি হ’ল বালিময় বহল এলেকা।

২। দিনৰ ভাগত কেনেকুৱা হয়?

উত্তৰঃ দিনৰ ভাগত অত্যন্ত হয়।

৩। ধূলিৰ ধুমুহাই মাজে মাজে কি তৈয়াৰ কৰে?

উত্তৰঃ বালি পাহাৰ তৈয়াৰ কৰে।

৪। মৰুভূমিৰ মানুহে উটবোৰক কি হিচাপে ব্যৱহাৰ কৰে?

উত্তৰঃ মৰুভূমিৰ মানুহে উটবোৰক বাহন হিচাপে ব্যৱহাৰ কৰে।

৫। ভাৰতবৰ্ষত থকা মৰুভূমিখনৰ নাম কি?

উত্তৰঃ ভাৰতবৰ্ষত থকা মৰুভূমিখনৰ নাম- থৰ মৰুভূমি।

৬। থৰ মৰুভূমি কোন ৰাজ্যত অৱস্থিত?

উত্তৰঃ থৰ মৰুভূমি ৰাজস্থান ৰাজ্যত অৱস্থিত।

৭। পৃথিৱীৰ বিখ্য়াত মৰুভূমি দুখনৰ নাম লিখা।

উত্তৰঃ পৃথিৱীৰ বিখ্য়াত মৰুভূমি দুখনৰ হ’ল-চাহাৰা আৰু গোবি।

৮। থৰ মৰুভূমিয়ে কোন ৰাজ্যৰ বহু ঠাই আগুৰি আছে।

উত্তৰঃ ৰাজস্থান ৰাজ্যৰ বহু ঠাই আগুৰি আছে।

৯। মৰুভূমিৰ কোনটো পানীয়ে এবাৰ পানী খালে কেইবাদিনো নোখোৱাকৈ থাকিব পাৰে।

উত্তৰঃ উটে।

১০। মৰুভূমিত কিমান প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী পোৱা যায়।

উত্তৰঃ বহুত প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী পোৱা যায়।

Author Bhabesh Bora

Type: Pompi Hazarika

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects