অনুশীলনী-১০ (খ)
১। খালী ঠাই পূৰ কৰোঁ আহাঁ
২। খালী ঠাই পূৰ কৰোঁ আহাঁ
৩। তলৰ প্ৰতিটো ভগ্নাংশৰ তিনিটাকৈ সমমান ভগ্নাংশ লিখা .
থূপত ভাগ
ওপৰৰ থূপত কেইটা আছে গণনা কৰা। এই থূপটোৰ আধা সংখ্যক আকৃতিৰ ৰং কৰা । কিমানটাত ৰং কৰিব ?
এইবাৰ এই থূপটোৰ তিনি ভাগৰ এভাগত ৰং কৰা।
কিমানটাত ৰং কৰিবা?
এইবাৰ এই থূপটোৰ ছয় ভাগৰ পাঁচ ভাগত ৰং কৰা।
কিমানটাত ৰং কৰিবা?
এতিয়া বুজি লওঁ আহাঁ—
থূপটোত মুঠতে আছিল = ১৮ টা
আধা সংখ্যকত ৰং কৰিলে ৯ টাত ৰং কৰা হ‘ব।
অৰ্থাৎ ১৮ৰ আধা = ৯ বা ১৮
সেইদৰে ১৮ ক তিনি ভাগ কৰি এভাগল’লে ৬ পোৱা যায় ৷
সেইদৰে ১৮ ক ছয় ভাগ কৰিলে প্ৰতিটো ভাগত ৩ টা হ’ব আৰু তাৰে পাঁচ ভাগ হ’লে ১৫ টা হ’ব।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post