Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Maths Chapter 11 Solution টকা পইচা

Chapter-11

অনুশীলনী -১১

১।  খালী ঠাই পূৰ কৰাঃ

 ক) ১ টকা                              

 =_____পইচা

খ) ৩ টকা                               

=______পইচা

গ) ২ টকা ৫০ পইচা               

=______পইচা

ঘ) ৪০০ পইচা                         

=______টকা

ঙ) ৬৫০ পইচা                      

=_______টকা

চ) ৭৭৫ পইচা                         

=_______টকা

২।  নোটবোৰ চাই হিচাপ কৰি খালী ঠাইত উত্তৰ লিখা

ক) ১০ খন = টকা

খ) ৫ খন =  টকা

গ) ৮ খন =  টকা

 ঘ) ৬ খন=  টকা

ঙ) ১২ খন =  টকা

চ) ৬ খন =  টকা

ছ) ২ খন=  টকা

৩।   পইচাবোৰ চাই হিচাপ কৰি খালী ঠাইত উত্তৰ লিখা

ক) ৪ টা     = টকা

খ) ৬ টা = টকা

গ) ১৫ টা  = টকা

ঘ) ১২ টা = টকা  

৪। লুনাৰ হাতত তলত উল্লেখ কৰা ধৰণে নোট আছে। লুনাৰ হাতত মুঠতে কিমান টকা           আছে নিৰ্ণয় কৰা।

নোটনোটৰ পৰিমাণটকাৰ পৰিমাণ (টকা)
৫০০ টকা২০০ টকা১০০ টকা৫০ টকা২০ টকা১০ টকা২ খন৪ খন৬ খন৮ খন৬ খন১৫ খন৫০০   ২ =২০০  ৪ =১০০  ৬ =৫০ ৮ =২০  ৬১০  ১৫ =
মুঠ

৫।       জিতুয়ে ৫০০ টকা লৈ মাকৰ লগত বজাৰলৈ গ’ল। 

কিনিবলগীয়া সামগ্ৰীৰ তালিকাখন        দোকানীয়ে দিলে আৰু 

দোকানীয়ে তলত দিয়া ধৰণে তালিকাখন বনালে।

ভাই ভাই ষ্টোৰচ

বেতকুছি, কামৰূপ (ম) অসম

                                                                        তাৰিখ…………..

সামগ্ৰীৰ নামপৰিমাণপ্ৰতি কিলোগ্ৰামত (টকা)মূল্য় (টকা)
চাউলদাইলচেণীচাহপাতআটাবুটচিৰা৪ কি.গ্ৰা.১ কি.গ্ৰা. ৫০০ গ্ৰা.২ কি.গ্ৰা.২৫০ গ্ৰাম১ কি.গ্ৰা. ৫০০ গ্ৰা.৫০০ গ্ৰাম৫০০ গ্ৰাম৩২.০০৬০.০০৩৫.০০২৪০.০০২৬.০০৭০.০০৩৬.০০

            ক) বিল খন সম্পূৰ্ণ কৰা

            খ) মুঠ খৰচ নিৰ্ণয় কৰা ৷

            গ) ৰিতুয়ে দোকানীক ৫০০ টকীয়া নোট এখন দিলে। দোকানীয়ে কিমান টকা ঘূৰাই দিব?

            ঘ) দোকানীয়ে ৰিতুক কি কি নোট ঘূৰাই দিব পাৰে। (উত্তৰ একাধিক হ’ব

৬।       নিভাই ককাকৰ লগত বজাৰলৈ গ’ল। বজাৰৰ পৰা প্ৰতি কিলোগ্রামত ২৪০ টকা দৰত ১ কিলোগ্রাম ওজনৰ মাছ এটা কিনিলে। প্ৰতি ডজনত ৭০ টকা দৰত আধা ওজন কমলা কিনিলে। প্রতি লিটাৰত ৫০ টকা দৰত ৫০০ মিলিলিটাৰ গাখীৰ কিনিলে আৰু প্ৰতি মিটাৰত ২০০ টকা দৰত ১ মিটাৰ পৰ্দাৰ কাপোৰ কিনিলে । মুঠতে কিমান খৰচ হ’ল ?

৭।        জয়শ্ৰীয়ে আইতাকৰ লগত ৰবিবৰীয়া বজাৰলৈ গ’ল৷ দেউতাকে আইতাকৰ হাতত দুখন    এশ টকীয়া নোট, তিনিখন পঞ্চাশ টকীয়া নোট, চাৰিখন দহ টকীয়া নোট দিলে।            বজাৰলৈ গৈ প্ৰতি কিলোগ্ৰামত ৩০ টকা দৰত এক কেজি জিকা, প্রতি কিলোগ্ৰামত ৩০ টকা দৰত আধা কেজি কচু, প্রতি কিলোগ্ৰামত ৪০ টকা দৰত ৫০০ গ্রাম পটল, প্রতি    কিলোগ্ৰামত ৪০ টকা দৰত আধা কেজি ভাত কেৰেলা, প্রতি কিলোগ্ৰামত ১০০ টকা     দৰত আধা কেজি আদা আৰু প্ৰতি কিলোগ্ৰামত ১২০ টকা দৰত ২৫০ গ্ৰাম নহৰু কিনিলে। মুঠতে কিমান টকা খৰচ হ’ল? খৰচ হোৱাৰ পিছত কিমান টকা ঘৰলৈ ঘূৰি আহিল?

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects