Might Learn Logo Might Learn Shop Might Learn

SVN Class 4 Ramayana Sadhu Chapter 13 Answer সীতাক বিচাৰি

Chapter 13

সীতাক বিচাৰি

(১) লক্ষ্মণ খঙৰে সুগ্ৰীৱৰ কাষলৈ কিয় হৈছিল ?
(ছাত্ৰ-ছাত্ৰী সকল এই প্ৰশ্ন টো ভূল হৈ আচে হৈছিল নহয় গৈছিল হে হব লাগে )
উত্তৰঃ লক্ষ্মণ খঙৰে সুগ্ৰীৱৰ কাষলৈ গৈছিল কাৰণ সীতাক বিচৰাত একো সহায় নকৰা বাবে খঙৰে লক্ষ্মণ সুগ্ৰীৱৰ ওচৰলৈ গৈছিল।

(২) জটায়ুৱে কি কৈছিল ?
উত্তৰঃ জটায়ুৱে সীকাক দক্ষিণ ফালে পোৱা সমভাৱনা বেছি আছিল বুলি কৈছিল।

(৩) ৰামে নিজৰ আঙুঠি হনুমানক কিয় দিছিল ?
উত্তৰঃ ৰামে নিজৰ আঙুঠি হনুমানক দিলে কাৰণ সীতাক ক’বলৈ বাতিৰও পঠিয়ালে।

(৪) খালী ঠাই পূৰ কৰা-
(ক) সুগ্ৰীৱৰ বিশেষ পৰামৰ্শদাতা হনুমান আছিল।
(খ) কিষ্কিন্ধ্যা ৰাজ্যত ঋক্ষ আৰু বান্দৰ জাতিয়ে বাস কৰিছিল।
(গ) বালীৰ পুত্ৰৰ নাম অঙ্গদ আছিল।
(ঘ) ভালুকবোৰৰ দলপতি জাম্বৱন্ত ক আছিল।

Type: Pompi Hazarika

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects