Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Ramayana Sadhu Chapter 17 Answer বিভিষণ ৰামৰ শৰণাগত হ’ল

Chapter 17

বিভিষণ ৰামৰ শৰণাগত হ’ল

অনুশীলনীঃ

(১) খালী ঠাই পূৰ কৰা-

(ক) ৰাৱণৰ ৰাণী নাম মন্দোদৰী আছিল।

(খ) বিভীষণে ৰাৱণক কৈছিল আপুনি যিবোৰ কৰিছে সেইবোৰ অৰ্ধম অৰ্ধম কৰিবলৈ আপোনাৰ লগ লাগিব নোৱাৰো।

(গ) মাল্যবান ৰাৱণৰ মন্ত্ৰী আছিল।

(২) মন্দোদৰীয়ে গিৰীয়েক কি পৰামৰ্শ দিছিল ?
উত্তৰঃ মন্দোদৰীয়ে গিৰীয়েক ক’লে যে লোকৰ তিৰোতাৰ হৰণ কৰি অনা অন্যায়। আপুনি সীতাক স-সন্মানে ওভোতাই দিয়ক বুলি পৰামৰ্শ দিছিল।

(৩) ৰাৱণে ক্ৰুদ্ধ হৈ বিভীষণক কি কৈছিল ?
উত্তৰঃ ৰাৱণে ক্ৰুদ্ধ হৈ বিভীষণ কৈছিল তই ভ্ৰাতৃদ্ৰোহী আৰু ৰাজদ্ৰোহী | তই লঙ্কাৰ পৰা বাহিৰ হৈ ৰামৰ কাষলৈ যা বুলি কৈছিল।

(৪) ৰামৰ সেনাপতিসকলে বিভীষণক কিয় সন্দেহ কৰিছিল ?
উত্তৰঃ ৰামৰ সেনাপতিসকলে বিভীষণক সন্দেহ কৰা কাৰণ আছিল বিভীষণ ৰাৱণৰ ভায়েক আছিল।

(৫) ৰামে বিভীষণক কিয় আশ্ৰয় দিছিল ?
উত্তৰঃ ৰামে বিভীষণক আশ্ৰয় দিয়া কাৰণ বিভীষণ ৰামৰ শৰণাগত। শৰণাগতক ৰক্ষা কৰা বীৰৰ ধৰ্ম সেইবাবে আশ্ৰয় দিছিল।

Type: Pompi Hazarika

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects