Chapter 23
মেঘনাদ ধৰাশায়ী হ’ল
অনুশীলনীঃ
(১) খালী ঠাই পূৰ কৰা-
(ক) মেঘনাদে ঐন্দ্ৰজালিক বিদ্যা জানিছিল।
(খ) ৰামক নাগপাশৰ বন্ধনৰ পৰা গৰুড়ে মুক্ত কৰিলে।
(গ) মেঘনাদৰ পত্নীৰ নাম সুলোচনা আছিল।
(২) এই পাঠত থকা ৰামৰ দুটা গুণ বিষয়ে কোৱা |
উত্তৰঃ ৰামৰ দুটা গুণ হ’ল-
ৰামে নাৰী জাতিক বৰ আদৰ কৰিছিল।
ৰামে গুণী শত্ৰুৰ আদৰ জানিছিল।
(৩) সমাৰ্থক শব্দ লিখা –
(ক) আদৰ – সন্মান
(খ) নাশ – ধ্বংস
(গ) মূৰ্ছা – বেহুঁচ
(ঘ) খৰ্গ – খলপ
(ঙ) বীৰ – শক্তিমান
(চ) প্ৰতিজ্ঞা – সংকল্প
Type: Pompi Hazarika
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post