Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Ramayana Sadhu Chapter 29 Answer পিতা-পুত্ৰৰ মিলন

Chapter 29

পিতা-পুত্ৰৰ মিলন

অনুশীলনীঃ

(১) খালী ঠাই পূৰ কৰা-
(ক) সাম্ৰাজ্য বঢ়াবলৈ ৰজাই অশ্বমেধ যজ্ঞ কৰিছিল।
(খ) সীতাই বাল্মীকি ঋষিৰ আশ্ৰমত আছিল।
(গ) লৱ-কুশই মহা প্ৰৰাক্ৰমী ভৰত, শত্ৰুঘ্ন, লক্ষ্মণ আৰু হনুমানক বন্দী কৰিলে।

(২) ৰামে লৱ-কুশৰ লগত যুদ্ধ কিয় নকৰিলে ?
উত্তৰঃ ৰামে সেই বালকৰ বীৰত্বত মুগ্ধ হৈ পৰিল। তেওঁ দুয়োৰে পৰিচয় জানিবলৈ বিচাৰি যুদ্ধ নকৰিলে।

(৩) বহুতো ৰজাই অশ্বমেধ যজ্ঞৰ ঘোঁৰা কিয় নধৰিলে ?
উত্তৰঃ বহুতো ৰজাই অশ্বমেধ যজ্ঞৰ ঘোঁৰা নধৰিলে কাৰণ ঘোঁৰা ধৰিলে ৰামৰ সেনা লগত যুদ্ধ কৰিৱ লাগিব আৰু ৰামৰ সেনা লগত যুদ্ধ কৰিলে পৰাজিত হব সেইবাবে ঘোঁৰা নধৰিলে।

Type: Pompi Hazarika

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects