Chapter 6
এম.এচ.ডচ.
অনুশীলনীঃ
১। অ’এচ (OS) ৰ সম্পূর্ণ নামটো লিখা ।
উত্তৰঃ অ’এচ (OS)ৰ সম্পূৰ্ণ নাম অপাৰেটিং চিষ্টেম (operating system)।
২। ডিক্স অপাৰেটিং চিষ্টেম (Disk Operating System) কি ?
উত্তৰঃ ডিক্স অপাৰেটিং চিষ্টেম (Disk Operating system) হৈচে এটা প্ৰগেম যিয়ে হাৰ্ডৱেৰক চফটৱেৰৰ লগত সংলগ্ন কৰি কম্পিউটাৰৰ প্ৰতিটো অংশৰ কাম চলাই।
৩। আমেৰিকাৰ মাইক্ৰচফট কোম্পানীয়ে যােগান ধৰা অপাৰেটিং চিষ্টেমটোৰ নাম কি?
উত্তৰঃ আমেৰিকা মাইক্ৰচফট কোম্পানীয়ে যোগান ধৰা অপাৰেটিং চিষ্টেমটোৰ নাম এম.এচ
ডচ. (MS-DOS) ।
৪। কামাণ্ডসমূহ লিখা-
(ক) মনিটৰৰ পর্দাখন চাফা কৰিবৰ বাবে কি কামাণ্ড ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ মনিটৰৰ পৰ্দাখন চাফা কৰিব বাবে CLS (চি.এল.এচ ) কামাণ্ড ব্যৱহাৰ কৰা হয়।
(খ) File এটা বনাবৰ বাবে ব্যৱহাৰ কৰা কামাণ্ডৰ নাম কি ?
উত্তৰঃ File এটা বনাবৰ বাবে ব্যৱহাৰ কৰা কামাণ্ডৰ নাম Copy Con (কপি কন)।
(গ) MS – DOS প্রগ্ৰেমৰ পৰা ওলাই অহা কামাণ্ডটো কি ?
উত্তৰঃ MS-DOS প্ৰগেমৰ পৰা ওলাই অহা কামাণ্ডটো Exit (এক্সিট)।
(ঘ) কি কামাণ্ডৰ সহায়ত লিখা তথ্যখিনি ছপা আকাৰত পাব পাৰি ?
উত্তৰঃ Print (প্ৰিণ্ট) কামাণ্ডৰ সহায়ত লিখা তথ্যখিনি ছপা আকৈৰত পাব পাৰি।
(ঙ) বর্তমান তাৰিখ চাব পৰা কামাণ্ডৰ নাম কি ?
উত্তৰঃ বৰ্তমান তাৰিখ চাব পৰা কামাণ্ডৰ নাম Date (ডেট)।
৫। MS – DOS খােলাৰ পদ্ধতিটো লিখা ।
উত্তৰঃ MS-DOS খোলাৰ পদ্ধতিটো Start-Program-Accessories-Command prompt.
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post