Might Learn Logo Might Learn

SVN Class 4 Science Chapter 5 Answer 2026 | সেউজ সম্পদ | Lesson 5 | Class 4 General Science Question And Answer Sankardev School | শংকৰদেৱ স্কুলৰ চতুৰ্থ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |


পাঠ ৫

সেউজ সম্পদ

১। চাৰি প্ৰকাৰৰ উদ্ভিদৰ প্ৰতিটোৰ চাৰিটাকৈ উদাহৰণ দিয়া ।

উত্তৰঃ চাৰি প্ৰকাৰৰ উদ্ভিদ হৈছে –

বৃক্ষজাতীয় – শিশু, গমাৰি, চেগুণ আৰু শাল।

গুল্মজাতীয় – জেতুকা, মধুৰিআম, লিচু আৰু জবাফুল।

লতাজাতীয় – অপৰাজিতা, কেৰেলা, ভুল আৰু পাণ।

তৃণজাতীয় – বাঁহ, কলগছ, বন আৰু মানিমুনি।

২। উদ্ভিদ কেই প্ৰকাৰৰ আৰু কি কি

উত্তৰঃ উদ্ভিদ চাৰু প্ৰকাৰৰ। সেইকেইটা হৈছে – বৃক্ষজাতীয়, গুল্মজাতীয়, লতাজাতীয় আৰু তৃণজাতীয়।

৩। উদ্ভিদে খাদ্য় প্ৰস্তুত কৰোতে কি গেছ এৰি দিয়ে?

উত্তৰঃ উদ্ভিদে খাদ্য় প্ৰস্তুত কৰোতে কাৰ্বন-ডাই-অক্সাইড গেছ এৰি দিয়ে।

৪। গছৰ পাতৰ ৰং কিয় সেউজীয়া হয়?

উত্তৰঃ গছৰ পাতত থকা পত্ৰহৰিৎৰ বাবে গছৰ পাত সেউজীয়া হয়।

৫। উদ্ভিদে কেনেদৰে আহাৰ তৈয়াৰ কৰে লিখা।

উত্তৰঃ উদ্ভিদে সূৰ্যৰ পোহৰত মাটিৰ পৰা শিপাই শুহি লোৱা পানী আৰু খনিজ লৱণ, আৰু পাতে লোৱা অক্সিজেনৰ সহায়ত সালোক-সংশ্লেষণ প্ৰক্ৰিয়াৰে খাদ্য় প্ৰস্তুত কৰে।

৬। ঘৰ সজাত ব্য়ৱহাৰ কৰা তিনিবিধ উদ্ভিদৰ নাম লিখা ।

উত্তৰঃ ঘৰ সজাত ব্য়ৱহাৰ কৰা তিনিবিধ উদ্ভিদৰ নাম হৈছে – শাল, চেগুণ আৰু গমাৰি।

৭। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা –

‘ক’ অংশ    –    ‘খ’ অংশ

(ক) সৰিয়হ – তেল

(খ) কুঁহিয়াৰ – চেনি

(গ) ঘেঁহু – আটা

(ঘ) কপাহ – কাপোৰ

৮। তলত কেইবিধমান ঔষধি উদ্ভিদৰ নাম আৰু সেইবোৰৰ ব্য়ৱহাৰ বিষয়ে তালিকা প্ৰস্তত কৰা।

          ব্যৱহাৰ
১। তুলসী
২। নিম
১। কাহ হ’লে ঔষধ ৰূপে, পূজা-পাৰ্বণত২। বিভিন্ন ধৰণৰ ছালৰ বেমাৰত ব্য়ৱহাৰ কৰা হয়।
✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects