Might Learn Logo Might Learn

SVN Class 6 Niti Mallika Chapter 14 Answer আমাৰ স্বাস্থ্য, আমাৰ জীৱন

আমাৰ স্বাস্থ্য, আমাৰ জীৱন

Chapter 14

১। ভাল স্বাস্থ্য মানে কি?

উত্তৰঃ আমি গুৰুত্ৱ সহকাৰে স্বাস্থ্য়ৰ কথা ভাবিব লাগে। সুস্থ মানুহেই দৰাচলতে সুখী। সুস্থ শৰীৰতহে সুস্থ মনে বাস কৰে তাকে ভাল স্বাস্থ্য় বোলে।

২। স্বাস্থ্যৱান হৈ থাকিবলৈ কি কৰিব লাগে?

উত্তৰঃ স্বাস্থ্য়ৱান হৈ থাকিবলৈ হলে আমি ৰাতিপুৱা সোনকালে উঠি ব্য়ায়াম কৰিব লাগে। আৰু আমি ফল-মূল খাব লাগে। শাক-পাচলি খাব লাগে।

৩। সূৰ্য্য নমস্কাৰৰ সহত্বৰ বিষয়ে লিখা?

উত্তৰঃ সূৰ্য্য় নমস্কাৰ আমাৰ দেশৰ প্ৰচীনতম যোগ ব্য়ায়াম। ইয়াৰ গুণৰ বিষয়ে যিমানে কোৱা যায়, সিমানেই কম। সূৰ্য্য় নমস্কাৰ কৰিলে ব্য়ক্তিৰ ব্য়ক্তিত্ৱ মোহনীয় হয়। মস্তিষ্ক গতিমান হয় আৰু শৰীৰ বলবান আৰু ধৈৰ্য্য়বান লাভ কৰিব পাৰো।

৪। ‘সৎসংগ’ৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ সৎসংৰ অৰ্থ হ’ল শ্ৰেষ্ঠ মানুহৰ লগত সংগ ৰখা। আমাৰ ঋষি-মুনি আৰু পণ্ডিতসকলে ইয়াক বৰ মহত্ৱ দি কৈছে যে সৎ-সংগ অবিহনে জ্ঞান বৃদ্ধি নহয়। ভাল মানুহৰ লগত থাকিলে ভাল চিন্তা বিকশিত হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects