SVN Class 6 Niti Mallika Chapter 2 Answer মানৱ-প্ৰেম

মানৱ-প্ৰেম

Chapter 2

১। মানৱ প্ৰেম সম্পৰ্কে কি বুজা লিখা।

উত্তৰঃ মানুহে সকলোকে ভাল পাব লাগে। মানুহকে মানুহে ভাল পাব লাগে তাকে মানৱ প্ৰেম বোলে।

২। বসুধৈৱ কুটুম্বকমৰ ধাৰণা সম্পৰ্কে তোমাৰ অভিমত কি লিখা।

উত্তৰঃ বসুধৈৱ কুটুম্বকম ভাৰতীয় সংস্কৃতি এক আদৰ্শ ধাৰণা। আমাৰ দেশৰ ঋষি-মুনি সকলে আৰম্ভণিৰে পৰা সম্পূৰ্ণ মানৱতাক এক আদৰ্শ হিচাপে মানি আহিছে।

Scroll to Top