SVN Class 6 Niti Mallika Chapter 20 Answer অভিমান আৰু আত্মসন্মান

অভিমান আৰু আত্মসন্মান

Chapter 20

১। কোনখন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছিল?

উত্তৰঃ বেনাৰস হিন্দু বিশ্ববিদ্য়ালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছিল।

২। উদ্যোগপতিজনৰ শেষ ইচ্ছা কি আছিল?

উত্তৰঃ উদ্য়োগপতিজনৰ শেষ ইচ্ছা হ’ল এজন ব্ৰাহ্মণক এক-ডেৰলাখ টকা দান কৰাম বুলি।

৩। কাৰ পৰামৰ্শমতে পণ্ডিত মদন মোহন মালব্যক ধনৰাশি দান কৰিবলৈ বিচাৰিছিল?

উত্তৰঃ কুল পুৰোহিতজনৰ পৰমৰ্শতে পণ্ডিত মদন মালব্য়ক ধনৰাশী দান কৰিবলৈ বিচাৰিছিল।

৪। বৰ পুত্ৰই অভিমানেৰে মালব্যদেৱক কি বুলি কৈছিল?

উত্তৰঃ বৰ পুত্ৰই অভিমানেৰে মালকবাদেৱক কৈছিল যে- পণ্ডিত মহাশয়, ক্ষমা কৰিব, আপুনি আপোনাৰ জীৱনত কেতিয়াবা ইমানবোৰ টকা একেলগে দেখিছিলনে এই বুলি কৈছিল।

৫। অহংকাৰী বৰপুত্ৰ জনক উত্তৰত মালব্যদেৱে কি বুলি কৈছিল?

উত্তৰঃ কৈছিল যে- জ্য়েষ্ঠ ল’ৰা; ঠিক আছে। ণই মোৰ জীৱনত ইমানবোৰ টকা কেতিয়াও দেখা নাই, কিন্তু তুমিও নিশ্চয় এনেকুৱা ব্ৰাহ্মণ কেতিয়াও দেখা নাই, যিয়ে ইমানবোৰ টকা দলিয়াই থৈ যাব পাৰে বুলি কৈছিল।

৬। শেষত সেই দান মালব্যদেৱে কিয় গ্ৰহণ কৰিলে লিখা?

উত্তৰঃ বেনাৰস হিন্দু বিশ্ববিদ্য়ালয়ৰ অধিকোষত জমা কৰিবলৈ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top