SVN Class 6 Niti Mallika Chapter 21 Answer শক্তিশালী আৰু সাহসী হোৱা

শক্তিশালী আৰু সাহসী হোৱা

Chapter 21

১৷ স্বামীজী ক’ত ৰেলেৰে যাত্ৰা কৰিছিল ?

উত্তৰঃ স্বামীজী ৰাজপুতনাত ৰেলেৰে যাত্ৰা কৰিছিল।

২। ইউৰোপীয় দুজনে স্বামীজীক কাষতে বহাতো কিয় ভাল পোৱা নাছিল ?

উত্তৰঃ ইউৰোপীয় দুজনে স্বামীজীক কাষতে বহাতো ভাল পোৱা নাছিল কাৰণ- তেওঁ পিন্ধা সাধাৰণ সাধুৰ পোছাকযো ইউৰোপীয় দুজনে ঘীণ কৰিছিল।

৩৷ স্বামীজীক ইউৰোপীয় দুজনে নিৰক্ষৰ বুলি ভাবি কি কৰিছিল ?

উত্তৰঃ স্বামীজীক ইউৰোপীয় দুজনে নিৰক্ষৰ বুলি ভাবি তেওঁৰ লগত ইংৰাজীত কথা পাতিছিল।

৪৷ স্বামীজীয়ে ইউৰোপীয় দুজনৰ অভিমান কেনেদৰে ভঙ্গ কৰিলে?

উত্তৰঃ ইউৰোপীয় দুজনে ইংৰাজীতে স্বামীজীৰ বিষয়ে অপমানসূচক কথা পাতিছিল। তেওঁলোকে ভাবিছিল, তেওঁ নিশ্চয় এইবোৰ কথা বুজি নাপাব। স্বামীজীয়ে তেওঁলোকৰ কথাবোৰ নুশুনাৰ ভাও ধৰিছিল। কিছুসময়ৰ পাছথ ৰেলখন আহি এটা ষ্টেচনত ৰ’লহি। আৰু স্বামীজীয়ে ইংৰাজীত এগিলাচ পানী বিচাৰিলে আৰু এনেদৰে স্বামীজীয়ে ইউৰোপীয় দুজনৰ অভিমান ভঙ্গ কৰিলে।

৫ । স্বামীজীৰ শৰীৰৰ গঠন কেনেকুৱা আছিল ?

উত্তৰঃ স্বামীজীৰ শৰীৰৰ হৃষ্ট-পুষ্ট আৰু সবল আছিল।

৬৷ ল’ৰাজনে স্বামীজীক ঈশ্বৰ কি বুলি সোধাৰ অভিপ্রায় কি আছিল?

উত্তৰঃ

৭। ওলোটাই স্বামীজীয়ে ল’ৰাকেইজনক কি প্রশ্ন কৰিছিল ?

উত্তৰঃ ওলোটাই স্বামীজীয়ে ল’ৰাকেজনক প্ৰশ্ন কৰিলে যে শক্তি মানে কি।

৮। ল’ৰাকেইজন আৰু স্বামীজীৰ মাজত হোৱা কথোপকথনৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ স্বামীজী যেতিয়া মাদ্ৰাজত আছিল মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজৰ ভি. সুব্ৰমণিয়ম নামৰ ল’ৰাএটাই সুধিলে যে স্বামীজী ঈশ্বৰ কি? তাৰ পিছত স্বামীজীয়ে কোনোৰ উত্তৰ নিদিলে। আৰু অলপ সময় পিছত স্বামীজীয়ে তেওঁলোক ওলোটাই প্ৰশ্ন কৰিলে যে শক্তি মানে কি? ল’ৰাজন বিমোৰত পৰিল। আন ল’ৰাবোৰ কেইওজন উত্তৰ দিবলৈ চেষ্টা কৰিলে। তেওঁলোকৰ সকলোৰে মাত হৰিল তেতিয়া স্বামীজীয়ে কলে- বোপাইহঁত সদায় শক্তি ব্য়ৱহাৰ কৰ অথচ এই সামান্য় প্ৰশ্নটোৰ উত্তৰ নাজান। আনহাতে তোমালোকে মোক ঈশ্বৰ কি সুধিছিলা। তাৰ পাছত তেওঁ ছাত্ৰ কেইজনক ঈশ্বৰ আৰু শক্তি দুয়োটাৰে ব্য়াখ্য়া বুজাই দিলে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top