SVN Class 6 Niti Mallika Chapter 22 Answer গো-সেৱাৰ ফল

গো-সেৱাৰ ফল

Chapter 22

১। দিলীপ ক’ৰ ৰজা আছিল?

উত্তৰঃ দিলীপ ত্ৰেতা যুগৰ ৰজা আছিল।

২। বশিষ্ঠ মুনিয়ে ৰজা দিলীপক পুত্ৰ লাভৰ বাবে কি উপায় দিছিল?

উত্তৰঃ দীলিপক পুত্ৰ লাভৰ বাবে উপায় দিছিল যে যদিহে তোমালোক দুয়োৱে, নন্দিনীক সেৱা কৰি সন্তুষ্ট কৰিব পৰা তেতিয়া দিলীপক পুত্ৰ হিচাপে লাভ কৰিব পাৰিব।

৩। “আপুনি মোক খাই নিজৰ ভোক গুছাওক।” এইবুলি কোনে আৰু কিয় কৈছিল?

উত্তৰঃ দীলিপে সিংহক কৈছিল কাৰণ- নন্দিনি ঋষি বশিষ্ঠ তেওঁলোক পুত্ৰ প্ৰাপ্তী বাবে দিছিল।

৪। “বাচা, মই তোমাৰ ওপৰত সন্তুষ্ট হৈছো”, এনেদৰে কোনে কেতিয়া কৈছিল?

উত্তৰঃ নন্দিনীয়ে কৈছিল যেতিয়া নন্দিনীক জীৱন বছাইছিল।

৫। নন্দিনীয়ে ৰজাক কি বুলি বৰ দিছিল?

উত্তৰঃ নন্দিনীয়ে ৰজাক এইবুলি বৰ দিছিল যে তুমি অতিশীঘ্ৰে পুত্ৰ সন্তান লাভ কৰিবা।

Scroll to Top