Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Science Chapter 11 Answer খাদ্য

খাদ্য

Lesson 11

১। তুমি সকলো জীৱিত প্ৰাণীয়ে একে ধৰণে খাদ্য খায় বুলি ভাবানে ?

উত্তৰঃ নাভাবো।

২। পাঁচবিধ উদ্ভিদৰ নাম লিখা যাৰ দেহৰ অংশ আমি খাদ্য হিচাপে খাওঁ।

উত্তৰঃ কলগছ, তামোল গছ, নাৰিকল গছ, নেমু গছ, আম গছ।

৩। ‘ক’ অংশ লগত ‘খ’ অংশ মিলাই লিখা –

  ‘ক’ অংশ                 ‘খ’ অংশ 

দৈ গাখীৰ, এঁৱা গাখী, পনিৰ, ঘি অন্য প্ৰাণী খায় ।
পালেং শাক, ফুলকবি, গাজৰ উদ্ভিদ আৰু উদ্ভিদৰপৰা উৎপাদিত বস্তু খায় ।
সিংহ আৰু বাঘে শাক-পাচলি
তৃণভোজী প্ৰাণীয়ে সকলো প্ৰাণীৰপৰা উৎপাদিত ।

উত্তৰঃ

‘ক’ অংশ ‘খ’ অংশ
দৈ গাখীৰ, এঁৱা গাখীৰ, পনিৰ, ঘি সকলো প্ৰাণীৰ পৰা উতপাদিত
পালেং শাক, ফুলকবি, গাজৰ শাক-পাচলি
সিংহ আৰু বাঘে অন্য প্ৰাণী খায়
তৃণভোজী প্ৰাণীয়ে উদ্ভিদ আৰু উদ্ভিদৰ পৰা উতপাদিত বস্তু খায়।
৪। তলত দিয়া শব্দবোৰৰ খালী ঠাই পূৰ কৰা –

মাংসভোজী, উদ্ভিদ, গাখীৰ, কুঁহিয়াৰ, তৃণভোজী

ক) বাঘ এহিধ মাংসভোজী প্ৰাণী কাৰণ ই অকল মাংস খায় ।

খ) হৰিণে অকল উদ্ভিদৰপৰা উৎপাদিত বস্তু খায়, গতিকে ইয়াক তৃণভোজী প্ৰাণী বোলে ।

গ) ভাটৌ চৰায়ে অকল উদ্ভিদ ৰ পৰা উৎপাদিত খাদ্য খায় ।

ঘ) গাখীৰ এবিধ পানীয়, যাক গৰু, ম’হ আৰু ছাগলী আদিৰপৰা

পোৱা এবিধ প্ৰাণীজাত সামগ্ৰী ।

ঙ) আমি চেনি কুঁহিয়াৰ ৰ পৰা পাওঁ ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects