Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Social Science Chapter 18 Answer প্ৰাচীন অসমৰ কথা

প্ৰাচীন অসমৰ কথা

পাঠ নং- ১৭

১। চমু উত্তৰ লিখাঃ

(ক) দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম কি ?

উত্তৰঃ দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম মহীৰংগ দানৱ।

(খ) নৰকাসুৰ কোন বংশ ৰজা আছিল ?

উত্তৰঃ নৰকাসুৰ ভৌম বংশৰ ৰজা আছিল।

(গ) বৰ্মন বংশৰ প্ৰতিষ্ঠাপকজনৰ নাম কি ?

উত্তৰঃ বৰ্মন বংশৰ প্ৰতিষ্ঠাপকজনৰ নাম পুষ্য় বৰ্মন।

(ঘ) বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ?

উত্তৰঃ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা ভাষ্কৰ বৰ্মন আছিল।

(ঙ) শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপকজনৰ নাম লিখা।

উত্তৰঃ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপকজনৰ নাম শালস্তম্ভ।

২। চমু টোকা লিখাঃ

(ক) নৰকাসুৰঃ

উত্তৰঃ নৰকাসুৰঃ নৰকাসুৰ ভৌম বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল। তেওঁ প্ৰায়বোৰ অনাৰ্য জাতিৰ লোকক এই ঠাইৰ পৰা সাগৰৰ পাৰলৈকে খেদি পঠিয়ায় আৰু পশ্চিম দিশৰ পৰা আৰ্য জাতিৰ লোকক আনি প্ৰাগজ্য়োতিষপুৰত সংস্থাপন কৰে। তেওঁ কামাখ্য়া দেৱীৰ ভক্ত আছিল।

(খ) বাণৰজাঃ

উত্তৰঃ বাণৰজাঃ বাণ ৰজা আছিল শোণিতপুৰ জিলাৰ ৰজা। তেওঁ শিৱভক্ত আছিল আৰু তেজপুৰৰ বিখ্য়াত মহাভৈৰৱ মন্দিৰ তেৱেঁই সজাইছিল বুলি জনা যায়। তেওঁৰ ঊষা নামৰ এগৰাকী সুন্দৰী জীয়ৰী আছিল আৰু তেওঁক শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই বিয়া কৰাইছিল।

(গ) ভাস্কৰ বৰ্মনঃ

উত্তৰঃ ভাস্কৰ বৰ্মনঃ ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা। ভাস্কৰ বৰ্মনৰ প্ৰধান শত্ৰু আছিল গৌড়ৰাজ শশাংক। ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত কামৰূপ ৰাজ্য়ৰ সীমা বহু দূৰলৈ বিস্তাৰ ঘটিছিল। তেওঁ চিৰকুমাৰ আছিল।

(ঘ) শালস্তম্ভ বংশঃ

উত্তৰঃ শালস্তম্ভ বংশঃ ভাস্কৰ বৰমন চিৰকুমাৰ হোৱাৰ বাবে তেওঁৰ কোনো উত্তৰাধিকাৰী নথকাত ৰাজ্য়খনত বিশৃংখলতাৰ সৃষ্টি হৈছিল। সেই সময়তে শালস্তম্ভ নামে এজন লোকে এটা নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁৰ নাম অনুসৰি এই বংশৰ নাম শালস্তম্ভ হয়। বহুতৰ মতে অৱন্তী বৰ্মন নামৰ এজনে ভাস্কৰ বৰ্মনৰ উত্তৰাধিকাৰী বুলি চিনাকি দি এটা নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰে আৰু সেইটো হৈছে শালস্তম্ভ বংশ। কোনোৱে ক’ব খোজে যে অৱন্তী বৰ্মন আৰু শালস্তম্ভ একেজনেই মানুহ। এই বংশৰ আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম হৈছে শ্ৰী হৰ্ষবৰ্মাদেৱ বা শ্ৰীহৰ্ষদেৱ বা শ্ৰীহৰ্ষ।

৩। খালী ঠাই পূৰ কৰাঃ

(ক) মহাভাৰতত এই ৰাজ্য নাম প্ৰাগজ্য়োতিষপুৰ বুলি উল্লেখ আছে।

(খ) প্ৰাচীন কামৰূপ ৰাজ্য চাৰি ভাগত বিভক্ত আছিল।

(গ) নৰক কামাখ্য়া দেৱী ৰ ভক্ত আছিল।

(ঘ) বৰ্তমানৰ তেজপুৰ আছিল পুৰণি শোণিতপুৰ।

(ঙ) সৰ্বমুঠ তেৰজন ৰজাই কামৰূপ শাসন কৰিছিল ।

(চ) ৰজা ভাস্কৰ বৰ্মনৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং আছিল ।

(ছ) শালস্তম্ভ ৰজাসকলৰ ৰাজধানীখনৰ নাম আছিল হটপেশ্বৰ বা হৰপেশ্বৰ।

৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱাঃ

‘ক’ অংশ – ‘খ’ অংশ

১) প্ৰগ্জ্যোতিষপুৰ – ৩) মহাভাৰত

২) ৰুক্মিণীহৰণ – ৫) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

৩) বাণ ৰজা – ১) শোণিতপুৰ

৪) গৌড়ৰাজ্য – ২) শশাংক

৫) ১১৩৮ খ্ৰীঃ – ৪) পাল বংশৰ অন্ত

৫। ক্ৰমানুসাৰে লিখাঃ

(ক) শালস্তম্ভ বংশ, (খ) ভৌম বংশ, (গ) বৰ্মন বংশ, (ঘ) দানৱ বংশ, (ঙ) পাল বংশ।

উত্তৰঃ ১) দানৱ বংশ, ২) ভৌম বংশ, ৩) বৰ্মন বংশ, ৪) পাল বংশ।

– Hiru Moni Bora

Post ID : DABP006196

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects