SVN Class 7 Science Chapter 15 Answer পোহৰ

পোহৰ

পঞ্চদশ অধ্য়ায়

অনুশীলনী

১। প্ৰতিফলন কাক বোলে? ইয়াৰ বিধি দুটা কি কি?

উত্তৰঃ

২। দীপ্তীমান আৰু দীপ্তিহীন বস্তু কৈক বোলে উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ

৩। অন্ধকাৰ কোঠালি এটাত থকা ৰংবোৰ আমাৰ দৃষ্টিগোছৰ নহয় কিয়?

উত্তৰঃ

৪। আমি বস্তুবোৰ কেনেকৈ দেখা পাওঁ?

উত্তৰঃ

৫। পোহৰে যে সৰলৰেখাত গতি কৰে তাৰ এটা প্ৰমাণ দিয়া।

উত্তৰঃ

৬। অৱতল দাপোণক অভিশাৰী আৰু উত্তল দাপোণক অপসাৰী দাপোণ বুলি কোৱা হয় কিয়?

উত্তৰঃ

৭। শুদ্ধ উত্তৰটো বাছি উলিওৱঃ

(I) আংশিকভাৱে পোহৰ প্ৰতিাফলিত কৰিব পৰা বস্তুক কোৱা হয়—

(ক) স্বচ্ছ,   (খ) অস্বচ্ছ,   (গ) ঈষৎ স্বচ্ছ,   (ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ

(II) তলৰ কোনটো স্বচ্ছ পদাৰ্থ?

(ক) জোন,  (খ) ৰবৰ পাতল পাত,  (গ) পানী,  (ঘ) তেল ঘঁহা কাগজ

উত্তৰঃ

(III) যিবোৰ বস্তুৰ মাজেদি পোহৰ পাৰ হৈ যাব নোৱাৰে সেইবোৰক কোৱা হয়—

(ক) স্বচ্ছ,  (খ) ঈষৎ স্বচ্ছ,  (গ) অস্বচ্ছ,  (ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ

(iv) সমতল দাপোণ তলৰ কোনবিধ প্ৰতিবিম্ব গঠন কৰে?

(ক) বাস্তৱ  (খ) ওলোটা  (গ) অসৎ আৰু একে আকাৰৰ  (ঘ) পৰিবৰ্ধিত

উত্তৰঃ

(v) প্ৰতিফলক পৃষ্ঠ বাহিৰৰ ফালে থকা গোলকীয় দাপোণক কি বুলি কোৱা হয়?

(ক) সমতল দাপোণ  (খ) উত্তল দাপোণ,  (গ) অৱতল দাপোণ  (ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ

(vi) স্কুটাৰ, মটৰ গাড়ীত পিছফালৰ যান-বাহন চাবৰ কাৰণে ব্যৱহাৰ কৰা দাপোণখন কি প্ৰকৃতিৰ?

(ক) অৱতল  (খ) উত্তল  (ঘ) সমতল  (ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ

(vii) পৰ্দাত পেলাব পৰা প্ৰতিবিম্বটো হ’ল—

(ক) অসৎ  (খ) সৎ  (গ) সৎ আৰু অসৎ দুয়োটাই  (ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ

৮। খালী ঠাই পূৰ কৰাঃ

(ক) পৰ্দাত ধৰিব লোৱৰা প্ৰতিবিম্বক______প্ৰতিবিম্ব বোলে।

উত্তৰঃ

(খ) উত্তল দাপোণে সদায়______প্ৰতিবিম্ব গঠন কৰে।

উত্তৰঃ

(গ) এখন______দাপোণৰ দ্ভাৰা গঠন হোৱা প্ৰতিবিম্ব আকাৰত সদায় লক্ষ্যবস্তুৰ সমান হয়।

উত্তৰঃ

(ঘ) এখন______লেন্সে সদায় অসৎ আৰু লক্ষ্যবস্তুতকৈ সৰু প্ৰতিবিম্ব গঠন কৰে।

উত্তৰঃ

(ঙ) সূৰ্যৰ পোহৰক______পোহৰ বোলে।

উত্তৰঃ

(চ) আপতন কোণ সদায়______কোণৰ  সমান হয়।

উত্তৰঃ

(ছ) সমতল দাপোণক সদায়______প্ৰতিবিম্ব গঠিত হয়।

উত্তৰঃ

(জ) ______প্ৰতিবিম্বৰ অস্তিত্ব আছে, কিন্তু______প্ৰতিবিম্বৰ অস্তিত্ব নাই।

৯। তলৰ উক্তিবোৰ সঁচা হলে সত্য আৰু মিছা হলে ‘অসত্য’ বুলি লিখা।          

(ক) চন্দ্ৰ পোহৰৰ এবিধ প্ৰাকৃতিক উৎস।

উত্তৰঃ

(খ) সমতল দাপোণে লক্ষ্যবস্তুতকৈ সৰু প্ৰতিবিম্ব সৃষ্টি কৰে।  

উত্তৰঃ

(গ) অৱতল দাপোণে সৎ আৰু অসৎ এই দুয়োবিধ প্ৰতিবিম্ব গঠন কৰিব পাৰে।

উত্তৰঃ

(ঘ) এখন উত্তল দাপোণে সৎ আৰু বিৱৰ্ধিত প্ৰতিবিম্ব গঠন কৰিব পাৰে।

উত্তৰঃ

(ঙ) অৱতল লেন্সত কেতিয়াও সৎ প্ৰতিবিম্ব পোৱা নাযায়।

উত্তৰঃ

(চ) কোনো বস্তুৰ থিয় প্ৰতিবিম্ব পৰ্দাত পাব পাৰি।

উত্তৰঃ

(ছ) অৱতল লেন্সেত গঠিত হোৱা প্ৰতিবিম্বৰ আকৃতি-প্ৰকৃতি উত্তল দাপোণত গঠিত হোৱা প্ৰতিবিম্বৰ আকৃতি-প্ৰকৃতিৰ সাতে একেই।

উত্তৰঃ

১০। প্ৰথম স্তম্ভত দিয়া উক্তিবোৰ দ্বিতীয় স্তম্ভৰ উক্তিৰ লগত মিলোৱা।

স্তম্ভ-১স্তম্ভ-২
(ক) উত্তল আৰু অৱতল দাপোণ হ’ল
(খ) এখন উত্তল দাপোণে
(গ) আমাৰ চকুৰ লেন্সখন
(ঘ) যিবোৰ পদাৰ্থৰ মাজেদি পোহৰ অনায়াসে সৰকি যাব পাৰে
(ঙ) এখন অৱতল লেন্সে গঠন কৰা প্ৰতিবিম্ব
(চ) এখন সমতল দাপোণে গঠন কৰা প্ৰতিবিম্ব
(ছ) এখন অৱতল দাপোণ
(জ) সূৰ্যৰ বগা পোহৰৰ সাতটা ৰঙৰ থূপক একেলগে
১। উত্তল প্ৰকৃতিৰ
২। স্বচ্ছ পদাৰ্থ
৩। গোলকীয় দাপোণ
৪। বিস্তীৰ্ণ অঞ্চলত সিঁচৰিত হৈ থকা
৫। থিয় আৰু আকাৰত লক্ষ্যবস্তুতকৈ সৰু।
৬। চকু, কাণ, নাক, ডিঙি পৰিক্ষা কৰোঁতে চিকিৎসকে ব্যৱহাৰ কৰে
৭। প্ৰতিবিম্ব থিয় আৰু আকাৰত লক্ষ্যবস্তুৰ সমান
৮। প্ৰতিবিম্ব সদায় সৎ আৰু আকাৰত লক্ষ্য বস্তুতকৈ ডাঙৰ
৯। বৰ্ণালী বোলে

১১। প্ৰতিফলন কাক বোলে?

উত্তৰঃ

১২। দীপ্তিহীন বস্তুবোৰ কিদৰে আমাৰ দৃষ্টিগোচৰ হয়?

উত্তৰঃ

১৩। প্ৰতিীফলনৰ নিয়ম দুটা উল্লেখ কৰা।

উত্তৰঃ

১৪। সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্বৰ মাজত কি পাৰ্থক্য আছে?

উত্তৰঃ

১৫। এখন সমতল দাপোণে গঠন কৰা প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ

১৬। উত্তল আৰু অৱতল লেন্সৰ মাজত দুটা পাৰ্থক্য লিখা।

উত্তৰঃ

১৭। উত্তল আৰু অৱতল দাপোণক গোলাকাৰ দাপোণ বুলি কোৱা হয় কিয়?

উত্তৰঃ

১৮। আমাৰ চকুৰ লেন্সখন কিহেৰে তৈয়াৰী?

উত্তৰঃ

১৯। সূৰ্যৰ বগা পোহৰ যে সাতটা ৰঙৰ সমষ্টি তাক এটা পৰিক্ষাৰ সহায়ত হৰ্ণনা কৰা।

উত্তৰঃ

২০। লেন্সৰ কেইটামান ব্যৱহাৰ উল্লেখ কৰা।

উত্তৰঃ

২১। এখন লেন্স উত্তল নে অৱতল কেনেকৈ চিনি উলিয়াবা?

উত্তৰঃ

২২। উত্তল লেন্সক অভিসাৰী আৰু অৱতল লেন্সক অপসাৰী বুলি কিয় কোৱা হয়?

উত্তৰঃ

২৩। প্ৰতিবিম্ব গঠনৰ ক্ষেত্ৰত উত্তল দাপোণৰ লগকত অৱতল লেন্সৰ কিবা সাদৃশ্য মন কৰিছানে? এই সাদৃশ্য কি?

উত্তৰঃ

২৪। তলৰ সাদৃশ্য নথকাটো আঁতৰাই দিয়া আৰু কাৰণ দৰ্শোৱাঃ

(ক) কাচ, পানী, কাঠ।

উত্তৰঃ

(খ) সমতল দাপোণ, উত্তল দাপোণ, অৱতল দাপোণ।

উত্তৰঃ

(গ) সূৰ্য, চন্দ্ৰ, বিজুলী চাকি।

উত্তৰঃ

২৫। উত্তল আৰু অৱতল লেন্সৰ মাজত দুটা পাৰ্থক্য লিখা।

উত্তৰঃ

২৬। কেনে প্ৰকৃতিৰ লেন্সে সদায় অসৎ প্ৰতিবিম্ব  গঠন কৰে?

উত্তৰঃ

২৭। চামুচ এখনৰ চিকচিকীয়া বক্ৰপৃষ্ঠই এখন______দৰে কাম কৰে।