Might Learn Logo Might Learn

SVN Class 8 Assamese Chapter 14 Answer বিশ্ব-ভাৱনা পাঠটোৰ উত্তৰ

বিশ্ব-ভাৱনা

Lesson: 14

ক্ৰিয়া কলাপ

১) অতি চমু উত্তৰ দিয়া

(ক) বিশ্ব – ভাৱনা কবিতাটোৰ কবি কোন?

উত্তৰঃ

(খ) আমি কাৰ সুৰত নাচিব লাগিছাে?

উত্তৰঃ

(গ) মাটিৰ পুতলা বুলি কাক বুজাইছে?

উত্তৰঃ

(ঘ) “আমি কাৰােবাৰ গুণ গাবই লাগিছাে” – ইয়াত কাৰ গুণ গােৱাৰ কথা কৈছে?

উত্তৰঃ

(ঙ) আমি ভাও লৈ কি পাতিছো বুলি কৈছে?

উত্তৰঃ

২। কবিয়ে মানুহক ভাৱৰীয়া বুলি কিয় কৈছে?

উত্তৰঃ

৩। আমি কাৰ ভাও লৈ হাঁহিছোঁ, নাচিছে, কান্দিছোঁ— বুজাই লিখা।

উত্তৰঃ

৪। ‘বিশ্ব-ভাৱনা’ কবিতাটিৰ মূলভাব লিখা।

উত্তৰঃ

৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা—

(ক) আমি মাটিৰ পুতলা নাচিব লাগিছোঁ

        কোনে নচায় নেদেখো;

আমি কাৰােবাৰ বাঁহী বাজিব লাগিছে,

        কোনে বজায় নেদেখো।

উত্তৰঃ

(খ) আমি ভাও লই লই বিশ্ব ভাবনা,

        সদায় পাতিব লাগিছে;

   আমি ঠিক ভাৱৰীয়া হাঁহি কান্দি নাচি

        নিজ ভাও দিব জানিছে। 

উত্তৰঃ

৬। কবি দুর্গেশ্বৰ শৰ্মাৰ সাহিত্য কৃতিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ

ভাষা বিচাৰ

১। তলৰ ভুল বাক্যবােৰ শুদ্ধ ৰূপত লিখা—

(ক) ৰূপালীয়ে দুটি ধুনীয়া পুতলা বনাইছে।

উত্তৰঃ

(খ) মােৰ মায়ে ভাত বনাই আছে।

উত্তৰঃ

(গ) ল’ৰাটোক গালি দিছে।

উত্তৰঃ

(ঘ) জোনালীয়ে ভাওনাত সীতাৰ ভাও কৰিছে।

উত্তৰঃ

(ঙ) ৰাইজসকলক নমস্কাৰ কৰা।

উত্তৰঃ

সমাপিকা ক্রিয়াৰ উদাহৰণ— আমি কাৰােবাৰ গুণ গাবই লাগিছোঁ। অসমাপিকা ক্রিয়াৰ উদাহৰণ— কোনে নচায় নেদেখোঁ।
২। তলৰ বাক্যবােৰত থকা সমাপিকা ক্রিয়া আৰু অসমাপিকা ক্রিয়া বাছি উলিওৱা

(ক) আমি কাৰােবাৰ বাঁহী বাজিব লাগিছে।

উত্তৰঃ

(খ) মােহনে ঘৰলৈ গৈ ভাত খাব।

উত্তৰঃ

(গ) ডালিমীয়ে স্কুলৰ পৰা আহি নাচৰ আখৰা কৰিবলৈ যাব।

উত্তৰঃ

(ঘ) সৌৰভে ধিতিঙালি কৰি অযথা সময় কটায়।

উত্তৰঃ

(ঙ) জোনাকীয়ে আমাৰ ঘৰলৈ আহি মােক প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ এখন ফটো উপহাৰ দি থৈ গৈছে।

উত্তৰঃ

৩। প্রত্যয় ভাঙি সেইবােৰ কি প্রত্যয় (কৃৎ প্রত্যয়, তদ্ধিত প্রত্যয়) দেখুওৱা— খাৱৰীয়া, ভাৱৰীয়া, ঢুলীয়া, নাচনী, কৰোঁতা, শিকাৰু।

উত্তৰঃ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects