SVN Class 8 Social Science Chapter 7 Answer অসমৰ নদ-নদী পাঠটোৰ উত্তৰ

অসমৰ নদ-নদী

Lesson: 7

১। চমুকৈ উত্তৰ লিখা :

ক) মাজুলী কোন জিলাত অৱস্থিত?

উত্তৰঃ

খ) ডিব্ৰু-ছৈখোৱা, কাজিৰঙা আৰু লাউখোৱা কোন কোন জিলাত অৱস্থিত?

উত্তৰঃ

গ) ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমৱাহটোৰ নাম কি?

উত্তৰঃ

ঘ) ব্ৰহ্মপুত্ৰ নৈৰ উৎসত কোন ৰাষ্ট্ৰ আছে?

উত্তৰঃ

ঙ) ব্ৰহ্মপুত্ৰ নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে?

উত্তৰঃ

2) শুদ্ধ উত্তৰটো লিখা :

ক) গিৰিখাত নিম্নভূমি/ মোহনা/উচ্চভূমি অঞ্চলৰ ভূ-আকৃতি।

উত্তৰঃ

খ) নৈৰ গুস্ফিত ৰূপ সাধাৰণতে পর্বত/সমভূমি/মালভূমিত পোৱা যায়।

উত্তৰঃ

গ) প্লাৱনভূমিত থকা চৰ-চাপৰি নৈৰ খনন/পৰিবহণ/অৱক্ষেপণৰ ফলত সৃষ্টি হয়।

উত্তৰঃ

ঘ) বৰাক নৈ অসমৰ ২/৩/৪ খন জিলাৰ মাজেৰে বৈ গৈছে।

উত্তৰঃ

ঙ) ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈর্ঘ্য_ কিঃমিঃ।

উত্তৰঃ

চ) অসমত মুঠতে_ খন উপনৈ আছে।

উত্তৰঃ

ছ) ব্ৰহ্মপুত্ৰ নৈৰ অংশত আৰু অধিক।

উত্তৰঃ

জ) ব-দ্বীপ অঞ্চলত_ উদ্ভিদ পোৱা যায়।

উত্তৰঃ

ঝ) বৰাক নৈৰ অসম অংশত কিমানখন উপনৈ আছে?

উত্তৰঃ

ঞ) শদিয়াৰপৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰ ঢাল প্রতি কিলোমিটাৰত কিমান?

উত্তৰঃ

ট) বাংলাদেশত ব্রহ্মপুত্রই কি নাম লৈ বংগোপসাগৰত পৰিছে?

উত্তৰঃ

ঠ) নদীৰ উচ্চগতি অঞ্চলত গতিপথ কেনেকুৱা?

উত্তৰঃ

ড) ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈক কিহে পৃথক কৰিছে?

উত্তৰঃ

৩। সোঁফালৰ লগত বাঁওফাল মিলোৱাচাংপো

একা-বেঁকা গতিপথ
অৰুণাচল প্ৰদেশ

মাজুলীসর্পিল

চিয়াংকলং

তিবৃতনদী দ্বীপ

সুঁতি

উত্তৰঃ

৪) চমুটোকা লিখা—

ক) নৈৰ উচ্চগতি অংশৰ কাৰ্য।

উত্তৰঃ

খ) নৈৰ মধ্যগতি অংশৰ কাৰ্য।

উত্তৰঃ

গ) নৈৰ নিম্নগতি অংশৰ কাৰ্য।

উত্তৰঃ

ঘ) বৰাক নৈৰ গতিপথ।

উত্তৰঃ

ঙ) পৰিৱেশ পর্যটন।

উত্তৰঃ

৫। উৎসৰপৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশত বর্তমান কি কি নামেৰে জনা যায় লিখা।

উত্তৰঃ

৬। ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ এখন মানচিত্র অংকন কৰি তলত দিয়া অৱয়ৱসমূহ বহুওৱা
ক) ব্রহ্মপুত্রখ) বৰাকগ) কার্বি মালভূমি ঘ) বৰাইল পৰ্বত ঙ) পাগলাদিয়া চ) সোণাই ছ) মানাহ

জ) দিখৌঝ) ধনশিৰিঞ) ধলেশ্বৰী

উত্তৰঃ

৭। ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ আৰু দক্ষিণপাৰৰ উপনৈসমূহৰ নাম লিখা।

উত্তৰঃ

৮। বৰাক নৈৰ উপনৈসমূহৰ নাম লিখা।

উত্তৰঃ

৯। নৈ বা উপনৈৰ দাঁতি-কাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনে ধৰণৰ হয় লিখা।উত্তৰঃ

১০। নৈৰ সর্পিল গতি আৰু গুস্মিত ৰূপ কি?

উত্তৰঃ

১১। ব্রহ্মপুত্র অববাহিকা বুলিলে কি বুজা

উত্তৰঃ

১২। ব্ৰহ্মপুত্ৰৰ প্লাবনভূমিত থকা কেইখনমান স্থায়ী চাপৰিৰ নাম লিখা?

উত্তৰঃ

১৩। অসমত সঘনাই বানপানী হোৱাৰ মূল কাৰণ কি?

উত্তৰঃ

১৪। গৰাখহনীয়াৰ মূল কাৰণ কি কি? অসমৰ কোন কোন ঠাইত গৰাখহনীয়া অধিক পৰিমাণে হয়?

উত্তৰঃ
১৫। জল পৰিবহণৰ অৰ্থনৈতিক গুৰুত্ব কেনে ধৰণৰ?

উত্তৰঃ
১৬। বৰাক নৈখন ক’ৰপৰা ওলাই ক’ত পৰিছেগৈ।

উত্তৰঃ

১৭। বৰাক নৈৰ অর্থনৈতিক গুৰুত্ব সম্পর্কে লিখা।

উত্তৰঃ

১৮। ব্ৰহ্মপুত্ৰ নৈৰ অৰ্থনৈতিক গুৰুত্ব সম্পর্কে লিখা।

উত্তৰঃ

১৯। ব্রহ্মপুত্র নৈক কি কি স্থানীয় নামেৰে জনা যায়?

উত্তৰঃ
২০। ব্ৰহ্মপুত্ৰ নদীৰ জল পৰিবহণ ব্যৱস্থাৰ বিষয়ে লিখা।

উত্তৰঃ