SVN Class 8 Social Science Chapter 9 Answer নৱ্যধৰ্মীয় ভাৱধাৰাৰ উত্থান পাঠটোৰ উত্তৰ

নৱ্যধৰ্মীয় ভাৱধাৰাৰ উত্থান

Lesson: 9

১। এটা শব্দ বা বাক্যত উত্তৰ লিখা :

ক) ভাৰতত কেতিয়াৰপৰা ভক্তিবাদ আন্দোলন আৰম্ভ হৈছিল?

উত্তৰঃ

খ) কবীৰে ৰচনা কৰা ভক্তিবাদৰ কবিতাসমূহক কি বুলি কোৱা হৈছিল?

উত্তৰঃ

গ) ‘ৰামচৰিত মানস’ কোনে ৰচনা কৰিছিল?

উত্তৰঃ

ঘ) উত্তৰ-পূব ভাৰতত ভক্তিবাদক জনপ্ৰিয় কৰি তোলা লোকজনৰ নাম লিখা।

উত্তৰঃ

ঙ) মইনুদ্দিন চিস্তিৰ দৰগাহ ক’ত আছে?

উত্তৰঃ

২। খালী ঠাই পূৰ কৰা :

ক) _প্রথম ভক্তি শব্দৰ উল্লেখ পোৱা যায়।

উত্তৰঃ

(খ) _আছিল বেদান্ত দৰ্শনৰ অদ্বৈতবাদৰ প্ৰতিষ্ঠাপক।

উত্তৰঃ

গ) কবীৰ এটা_ পৰিয়ালত ডাঙৰ-দীঘল হৈছিল।

উত্তৰঃ(

ঘ) _অসমত নৱবৈষ্ণৱ আন্দোলনৰ গুৰি ধৰিছিল।

উত্তৰঃ

(ঙ) _পাঁচ পীৰৰ দৰগাহ আছে।

উত্তৰঃ

৩। চমুটোকা লিখা :

ক) শংকৰাচাৰ্য

উত্তৰঃ

খ) চৈতন্য দেৱ

উত্তৰঃ

গ) কবীৰ

উত্তৰঃ

ঘ) নিজামুদ্দিন আউলিয়া

উত্তৰঃ

ঙ) আজান ফকীৰ

উত্তৰঃ

৪। ভক্তিবাদ বুলিলে কি জানা লিখা।

উত্তৰঃ

৫। আলোৱাৰ আৰু নায়নাৰসকল কোন আছিল? তেওঁলোকৰ মূল ধর্মমত কি?

উত্তৰঃ

৬। গুৰুনানকে প্ৰচাৰ কৰা ধৰ্মটোক কি বুজি জনা গৈছিল? তেওঁ প্ৰচাৰ কৰা ধৰ্মৰ মূল কথা কি আছিল লিখা।

উত্তৰঃ

৭। শংকৰদেৱে প্ৰচাৰ কৰা ভক্তিধৰ্মৰ প্ৰধান বৈশিষ্ট্য কি লিখা।

উত্তৰঃ

৮। ভাৰতবৰ্ষৰ সামাজিক-সাংস্কৃতিক দিশত নৱ্যধর্মীয় আন্দোলনৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ