অনুশীলনী ৮
১) ১০x……. = ১০০
২) …….x১৫ = ৯০
৩) ৮০ ÷ …….. = ১৬
৪) …… ÷ ১৩ = ১৫
৫) (৮x৫) ÷ …… = ৮
৬) ২৫x…… = ৬২৫
৭) ৩২৪x২৫ = ৮১০০ হ’লে
৮১০০ ÷ ২৫ = ……..
৮১০০ ÷ ৩২৪ = …….
৮) দুটা সংখ্যাৰ পূৰণফল ২১, তাৰে এটা সংখ্যা ৭ হ’লে আনটো সংখ্যা কিমান?
উত্তৰঃ…………..
৯) কোন সংখ্যাক ১৬ ৰে পূৰণ কৰিলে পূৰণফল ১৪৪ পোৱা যাব?
উত্তৰঃ…………..
১০) তিনিটা সংখ্যাৰ পূৰণফল ১২২৫, সংখ্যা দুটা যথাক্ৰমে ৭ আৰু ৫ হ’লে আনটো সংখ্যা কিমান?
উত্তৰঃ…………..
১১) কোন সংখ্যাক ৯ ৰে হৰণ কৰিলে হৰণফল ৩০ পোৱা যাব?
উত্তৰঃ…………..
১২) দুটা সংখ্যাৰ গুণফল ৪৫০০, সিহঁতৰ গুণ্য ৪৫ হ’লে গুণক কিমান?
উত্তৰঃ…………..
Type: Priyam Jyoti Patar
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post