যোগ আৰু বিয়োগ
অধ্য়ায়- ৭
১। থিয়কৈ পাতি তলৰ যোগবোৰ কৰাঁ।
২। পথালিকৈ পাতি যোগ কৰাঁ।
৬ + ৫ = ৯ + ৯ = ১১ + ৪ =
১৩ + ৪ = ১৬ + ৩ = ১৮ + ২ =
উত্তৰঃ ৬ + ৫ = ১১ ৯ + ৯ = ১৮ ১১ + ৪ = ১৫
১৩ + ৪ = ১৭ ১৬ + ৩ = ১৯ ১৮ + ২ = ২০
৩। সংখ্য়াৰেখা আঁকি তলৰ যোগবোৰ কৰাঁ।
১০ + ৫ = ১১ + ৭ = ১৫ + ৩ =
১২ + ৮ = ১৪ + ৬ = ১৩ + ৬ =
উত্তৰঃ
(ক) ১০+ ৫
১০ + ৫ = ১৫
(খ) ১১ + ৭ =
১১ + ৭ = ১৮
(গ) ১৫ + ৩
১৫ + ৩ = ১৮
(ঘ) ১২ + ৮
১২ + ৮ = ২০
(ঙ) ১৪ + ৬ =
১৪ + ৬ = ২০
(চ) ১৩ + ৬
১৩ + ৬ = ১৯
৪। তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰাঁ।
(ক) নয়নাৰ হাতত ১১ টা কলম আৰু তয়নাৰ হাতত ৭ টা কলম আছে। তেওঁলোক দুয়োৰে হাতত মুঠতে কেইটা কলম আছে ?
উত্তৰঃ নয়নাৰ হাতত কলম আছে = ১১ টা
তয়নাৰ হাতত কলম আছে = ৭ টা
১১ + ৭ = ১৭ টা কলম
তেওঁলোক দুয়োৰে হাতত মুঠতে কলম আছে = ১৮ টা
(খ) তোমাৰ হাতত ৮ টা মাৰ্বল আছিল। মই তোমাক আৰু ১০ টা মাৰ্বল দিলোঁ। এতিয়া তোমাৰ হাতত কিমানটা মাৰ্বল আছে ?
উত্তৰঃ মোৰ হাতত মাৰ্বল আছিল = ৮ টা
তুমি মোক আৰু ১০ টা মাৰ্বল দিলা
১০ + ৮ = ১৮ টা মাৰ্বল
এতিয়া মোৰ হাতত মাৰ্বল থাকিব = ১৮ টা
(গ) সুৰেণৰ লগত ৪ টকা, ৰমেনৰ হাতত ৭ টকা আৰু হৰেণৰ লগত ৫ টকা আছে। তেওঁলোকৰ তিনিওৰে লগত মুঠতে কিমান টকা আছে ?
উত্তৰঃ সুৰেণৰ লগত আছিল ৪ টকা
ৰমেনৰ লগত আছিল ৭ টকা
হৰেণৰ লগত আছিল ৫ টকা
১৬ টকা
তেওঁলোকৰ তিনিওৰে লগত মুঠতে ১৬ টকা আছে।
৫। তলৰ যোগৰ তালিকাবোৰ সম্পূৰ্ণ কৰাঁ।
(ক)
উত্তৰঃ
(ক)
(খ)
উত্তৰঃ
অনুশীলনী
১। দহৰ ভাগত ভাগ কৰি তলৰ যোগবোৰ কৰাঁ।
উত্তৰঃ
২। পথালিকৈ যোগ কৰাঁ। (আচঁ টানি)
(ক) ১ + ৯ (খ) ৮ + ৪ (গ) ৭ + ৫
(ঘ) ১২ + ৫ (ঙ) ১১ + ৬ (চ) ১৫ + ১
উত্তৰঃ (ক) ১ + ৯ = ১০ (খ) ৮ + ৪ = ১২ (গ) ৭ + ৫ = ১২
(ঘ) ১২ + ৫ = ১৭ (ঙ) ১১ + ৬ = ১৬ (চ) ১৫ + ১ = ১৬
৩। থিয়কৈ যোগ কৰাঁ। (আচঁ টানি)
উত্তৰঃ
৪। অকল সৰু সংখ্য়াটোৰ বাবে আচঁ টানি যোগ কৰাঁ।
(ক) ১৭ + ৩ = (খ) ১৬ + ২ =
(গ) ১১ + ৬ = (ঘ) ১৩ + ৬ =
(ঙ) ১৪ + ৬ = (চ) ১৫ + ৪ =
উত্তৰঃ (ক) ১৭ + ৩ = ২০ (খ) ১৬ + ২ = ১৮
(গ) ১১ + ৬ = ১৭ (ঘ) ১৩ + ৬ = ১৯
(ঙ) ১৪ + ৬ = ২০ (চ) ১৫ + ৪ = ১৯
৫। সংখ্য়াৰেখাৰ সহায়ত যোগ কৰাঁ।
(ক) ৬ + ৫ (খ) ৭ + ৬ (গ) ৮ + ৭
(ঘ) ১১ + ৬ (ঙ) ১০ + ৫ (চ) ১৫ + ৫
(ক) ৬ + ৫
৬ + ৫ = ১১
(খ) ৭ + ৬
৭ + ৬ = ১৩
(গ) ৮ + ৭
৮ + ৭ = ১৫
(ঘ) ১১ + ৬
১১ + ৬ = ১৭
(ঙ) ১০ + ৫
১০ + ৫ = ১৫
(চ) ১৫ + ৫
১৫ + ৫ = ২০৬। পথালিকৈ যোগ কৰাঁ।
(ক) ৮ + ১ + ২ (খ) ৪ + ৯ + ৩
(গ) ৫ + ৩ + ৭ (ঘ) ৪ + ২ + ৬
উত্তৰঃ (ক) ৮ + ১ + ২ = ১১ (খ) ৪ + ৯ + ৩ = ১৬
(গ) ৫ + ৩ + ৭ = ১৫ (ঘ) ৪ + ২ + ৬ = ১২
৭। থিয়কৈ যোগ কৰাঁ।
উত্তৰঃ
৮। কথা প্ৰশ্ন
(ক) তোমালোকৰ শ্ৰেণীত ১২ জনী ছাত্ৰী আৰু ৭ জন ছাত্ৰ আছে। তোমালোকৰ শ্ৰেণীত মুঠতে কিমানজন ছাত্ৰ-ছাত্ৰী আছে ?
উত্তৰঃ তোমালোকৰ শ্ৰেণীত ছাত্ৰী আছে = ১২ জনী
ছাত্ৰ আছে = ৭ জন
তোমালোকৰ শ্ৰেণীত মুঠতে ১৯ জন ছাত্ৰ-ছাত্ৰী আছে।
(খ) এখন চিৰিয়াখানাৰ এটা গড়ালত ৮ টা সিংহ আৰু ৯ টা বাঘ আছে। গড়ালটোত মুঠতে কেইটা জন্তু আছে ?
উত্তৰঃ এখন চিৰিয়াখানাৰ এটা গড়ালত সিংহ আছে = ৮ টা
বাঘ আছে = ৯ টা
গড়ালটোত মুঠতে জন্তু আছে = ১৭ টা
(গ) এটা খৰাহীত ৩ টা আপেল, ৫ টা আম আৰু ৪ টা কমলা আছে। খৰাহীটোত মুঠতে কিমানটা ফল আছে ?
উত্তৰঃ এটা খৰাহীত আপেল আছে = ৩ টা
আম আছে = ৫ টা
কমলা আছে = ৪ টা
খৰাহীটোত মুঠতে ফল আছে = ১২ টা
১। পথালিকৈ পাতি বিয়োগ কৰাঁ।
(ক) ১৩ – ৫ (খ) ১২ – ৬ (গ) ১৭ – ৯
(ঘ) ১৫ – ১১ (ঙ) ১৪ – ৬ (চ) ১৬ – ৮
উত্তৰঃ (ক) ১৩ – ৫ = ৮ (খ) ১২ – ৬ = ৬
(গ) ১৭ – ৯ = ৮ (ঘ) ১৫ – ১১ = ৪
(ঙ) ১৪ – ৬ = ৮ (চ) ১৬ – ৮ = ৮
২। থিয়কৈ বিয়োগ কৰাঁ।
উত্তৰঃ
৩। তলৰ সংখ্য়াবোৰৰ পাৰ্থক্য় উলিওৱাঁ।
(ক) ৯ আৰু ৪ (খ) ৬ আৰু ১০
(গ) ১২ আৰু ১৩ (ঘ) ১৪ আৰু ৯
উত্তৰঃ (ক) ৯ আৰু ৬ৰ পাৰ্থক্য় ৯ – ৬ = ৯
(খ) ৬ আৰু ১০ৰ পাৰ্থক্য় ১০ – ৬ = ৪
(গ) ১২ আৰু ১৩ৰ পাৰ্থক্য় ১৩ – ১২ = ১
(ঘ) ১৪ আৰু ৯ৰ পাৰ্থক্য় ১৪ – ৯ = ৫
৪। তলৰ তালিকাখন পূৰ কৰাঁ।
উত্তৰঃ
৫। তলৰ ঘূৰণীয়া আকৃতিটোৰ মাজৰ সংখ্য়াটোৰপৰা কাষৰ একোটা সংখ্য়া বিয়োগ কৰি বাহিৰৰ খালী ঘৰটোত লিখাঁ।
উত্তৰঃ
৬। তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰাঁ।(ক) এজোপা ডাঙৰ গছত ১৬ টা চৰাই আছিল। ইয়াৰে ৭টা চৰাই ক’ৰবালৈ উৰি গ’ল। এতিয়া গছডালত কেইটা চৰাই আছে ?
সমাধান ঃ এজোপা ডাঙৰ গচত চৰাই আছিল = ১৬ টা ইয়াৰ পৰা চৰাই উৰি গ’ল = ৭ টা
এতিয়া গছডালত চৰাই থাকিব ১৬ – ৭
= ৯টা(খ) তোমাৰ হাতত ১২ টা মাৰ্বল আছিল। ইয়াৰে ৭ টা তুমি হেৰুৱালা। এতিয়া তোমাৰ হাতত কেইটা মাৰ্বল থাকিব ?
সমাধান ঃ তোমাৰ হাতত মাৰ্বল আছিল = ১২ টা ইয়াৰ পৰা তুমি হেৰুৱালা = ৭টা
এতিয়া তোমাৰ হাতত মাৰ্বল থাকিব ১২ – ৭ = ৫
(গ) এটা পুখুৰীত ১৭ টা ডাঙৰ বৰালি মাছ আছিল । ভোগালী বিহৰ উৰুকাৰ দিনা ইয়াৰে ৮ টা মাছ গাঁৱৰ মানুহে ধৰি নি ভোজভাত খালে। এতিয়া পুখুৰীটোত কিমানটা বৰালি মাছ আছে ?
সমাধান ঃ এটা পুখুৰীত বৰালি মাছ আছিল = ১৭ টা
গাঁৱৰ মানুহে খালে = ৮টা
এতিয়া পুখুৰীটোত বৰালি মাছ থাকিব ১৭ – ৮ = ৯
অনুশীলনী
১। পথালিকৈ বিয়োগ কৰাঁ।
(ক) ৯ – ৬ (খ) ১১ – ৭ (গ) ১২ – ৯ (ঘ) ১৩ – ৪ (ঙ) ২০ – ১১ (চ) ১৯ – ১২
উত্তৰঃ (ক) ৯ – ৬ = ৩ (খ) ১১ – ৭ = ৪ (গ) ১২ – ৯ = ৩
(ঘ) ১৩ – ৪ = ৯ (ঙ) ২০ – ১১ = ৯ (চ) ১৯ – ১২ = ৮
২। থিয়কৈ বিয়োগ কৰাঁ।
উত্তৰঃ
৩। সংখ্য়াৰেখাৰ সহায়ত বিয়োগ কৰাঁ।
(ক) ৯ – ৩ (খ) ১১ – ৬ (গ) ১২ – ৩
(ঘ) ১৬ – ১১ (ঙ) ১৭ – ১২ (চ) ২০ – ২১
উত্তৰঃ (ক) ৯ – ৩
৯ – ৩ = ৬
উত্তৰঃ (খ) ১১ – ৬
১১ – ৬ = ৫
উত্তৰঃ (গ) ১২ – ৩
১২ – ৩ = ৯
উত্তৰঃ (ঘ) ১৬- ১১
১৬ – ১১ = ৫
উত্তৰঃ (ঙ) ১৭ – ১২
১৭ – ১২ = ৫
উত্তৰঃ (চ) ২০ – ২১
২০- ২১ = ১
৪। তলৰ সংখ্য়াবোৰৰ ডাঙৰটোৰপৰা সৰুটো বিয়োগ কৰাঁ।
(ক) ১২, ৭ (খ) ৮, ১০ (গ) ১৪, ৬
(ঘ) ১৯, ১২ (ঙ) ২০, ১৬ (চ) ১১, ১৮
উত্তৰঃ (ক) ১২ – ৭ = ৫ (খ) ১০ – ৮ = ২ (গ) ১৪ – ৬ = ৮
(ঘ) ১৯ – ১২ = ৭ (ঙ) ২০ – ১৬ = ৪ (চ) ১৮ – ১১ = ৭
৫। তলৰ সংখ্য়াবোৰৰ পাৰ্থক্য় উলিওৱাঁ।
(ক) ১২ আৰু ৮
উত্তৰঃ ১২ আৰু ৮ৰ পাৰ্থক্য় ১২ – ৮ = ৪
(খ) ২০ আৰু ১৭
উত্তৰঃ ২০ আৰু ১৭ৰ পাৰ্থক্য় ২০ – ১৭ = ৩
(গ) ১২ আৰু ১৭
উত্তৰঃ ১২ আৰু ১৭ৰ পাৰ্থক্য় ১৭ – ১২ = ৫
(ঘ) ১০ আৰু ১৪
উত্তৰঃ ১০ আৰু ১৪ৰ পাৰ্থক্য় ১৪ – ১০ = ৪
(ঙ) ৯ আৰু ১৩ উত্তৰঃ
৯ আৰু ১৩ৰ পাৰ্থক্য় ১৩ – ৯ = ৪(চ) ৭ আৰু ১৩
উত্তৰঃ ৭ আৰু ১৩ ৰ পাৰ্থক্য় ১৩ – ৭ = ৬
৬। তলৰ তালিকাখন পূৰ কৰাঁ।
উত্তৰঃ
৭। তলৰ চকৰিটোৰ মাজৰ সংখ্য়াটোৰপৰা কাষৰ একোটা সংখ্য়া বিয়োগ কৰি বিয়োগফল কাষৰ খালী ঘৰটোত লিখাঁ।
উত্তৰঃ
৮। এজন মানুহৰ ১৯টা ছাগলী আছিল। ইয়াৰে ১০টা তেওঁ বিক্ৰী কৰিলে। তেওঁৰ এতিয়া কেইটা ছাগলী আছে ?
উত্তৰঃ এজন মানুহৰ ছাগলী আছিল = ১৯ টা
ইয়াৰে তেওঁ বিক্ৰী কৰিলে = ১০ টা
তেওঁৰ এতিয়া ছাগলী আছে ১৯ – ১০ = ৯টা
৯। তোমাক বাইদেৱে ১৩টা অংক কৰিবলৈ দিছিল। তুমি ইয়াৰে ৭টা কৰিলা। এতিয়া কেইটা অংক কৰিবলৈ বাকী থাকিল ?
উত্তৰঃ তোমাক বাইদেৱে অংক কৰিবলৈ দিছিল = ১৩ টা
ইয়াৰে তুমি কৰিলা = ৭টা
এতিয়া ১৩- ৭ = ৬টা অংক কৰিবলৈ বাকী থাকিল ।
১০। পলাশৰ হাতত ১৮ টকা আছিল। ইয়াৰে ১২ টকাৰে তেওঁ এখন কিতাপ কিনিলে। পলাশৰ হাতত এতিয়া কিমান টকা আছে ?
উত্তৰঃ পলাশৰ হাতত টকা আছিল = ১৮ টকা
ইয়াৰে তেওঁ কিতাপ এখন কিনিলে = ১২ টকা
এতিয়া পলাশৰ হাতত ১৮ – ১২ = ৬টকা থাকিব।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post