Month: September 2021

গতি আৰু দূৰত্বৰ জোখ মাখ । অধ্যায় ১০ । Class 6 General Science Lesson 10 Question and Answer Assam | SCERT Class 6 G.Science Chapter 10 Solution | ষষ্ঠ মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১০ গতি আৰু দূৰত্বৰ জোখ মাখ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

গতি আৰু দূৰত্বৰ জোখ মাখ ১। মাটি, পানী আৰু বায়ুত ব্য়ৱহাৰ কৰা পৰিৱহন ব্য়ৱস্থাৰ প্ৰতিবিধৰ দুটাকৈ উদাহৰণ দিয়া? উত্তৰ ঃ মাটি- বাছ আৰু ৰেল।পানী- নাওঁ আৰু জাহাজ। বায়ু- উৰাজাহাজ আৰু হেলিকপ্তাৰ। ২। খালী ঠাই  পূৰ  কৰা- (ক ) এক মিটাৰ মানে  ১০০  চে.মি.।(খ ) পাঁচ কিলোমিটাৰ মানে ৫০০০  মিটাৰ।(গ) দোলনাত  শিশু এটাই  কৰা গতিটো হৈছে  পৰ্যাবৃত্ত গতি।(ঘ) চিলাই  মেচিনৰ  বেজীটোৰ গতিটো হৈছৈ  পৰ্যাবৃত্ত গতি।ঙ )  বাইচাইকেলৰ চকাৰ  গতিটো …

Read the full article

জীৱ আৰু ইয়াৰ চৌপাশ । অধ্যায় ৯ । Class 6 General Science Lesson 6 Question and Answer Assam | SCERT Class 6 G.Science Chapter 9 Solution | Assamese Medium Class 6 General Science Lesson 9 Answer | ষষ্ঠ মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৯ জীৱ আৰু ইয়াৰ চৌপাশ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

জীৱ আৰু ইয়াৰ চৌপাশ ১। আৱাসস্থলী কি? উত্তৰঃ উদ্ভিদ বা জীৱই যি পৰিৱেশত বাস কৰে, তাকেই সিঁহতৰ আৱাসস্থলী বোলে। ২। মৰুভূমিত জীয়াই থাকিবলৈ কেকটাছে কেনেকৈ অভিযোজন কৰে? উত্তৰঃ  ৩। খালী ঠাই পূৰ কৰা (ক) যিবিলাক বিশেষ ধৰণৰ লক্ষণৰ উপস্থিতিয়ে উদ্ভিদ বা প্ৰাণীক কোনো এটা আৱাসস্থলীত বাছি থাকিবলৈ উপযুক্ত কৰি তোলে, তাক অভিযোজন বোলে। (খ) উদ্ভিদ আৰু প্ৰাণীৰ স্থলভাগৰ আৱাসস্থলীক স্থলজ আৱাসস্থলীক বোলে।…

Read the full article

দেহৰ চলন । অধ্যায় ৮ । Class 6 General Science Lesson 8 Question and Answer Assam | SCERT Class 6 G.Science Lesson 8 Question and Answer Assam | ষষ্ঠ মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৮ দেহৰ চলন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

দেহৰ চলন ১। খালী ঠাই পূৰ কৰা- (ক) হাড়ৰ সন্ধিয়ে দেহৰ চলনত সহায় কৰে। (খ) হাড় বা অস্থি আৰু উপাস্থি একেলগ হৈ দেহৰ জঁকা গঠন কৰে। (গ) কিলাকুটিৰ হাড় কব্জা সন্ধিৰ দ্বাৰা যোৰা লাগি আছে। ঘ)  পেশীয়ে  সংকোচনৰ বাবে হাড়ক চলনৰ সময়ত টানে। ২। তলৰ বাক্যসমূহৰ মাজৰ পৰা সত্য আৰু অসত্য চিনাক্ত কৰা- (ক) সকলো প্ৰাণীৰে চলাচল আৰু গমন প্ৰায়ে একে ǀ উত্তৰঃ অসত্য। খ) কোমলাস্থিবোৰ হাড়তকৈ…

Read the full article

উদ্ভিদৰ বিষয়ে জানো আহা । Lesson 7 | Class 6 General Science Lesson 7 Question and Answer Assam | SCERT Class 6 G.Science Chapter 7 Solution | ষষ্ঠ মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৭ উদ্ভিদৰ বিষয়ে জানো আহা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

উদ্ভিদৰ বিষয়ে জানো আহা ১) তলৰ বাক্যবোৰত থকা ভূল তথ্য শুদ্ধ কৰা আকৌ পুনৰ তোমালোকৰ টোকাবহীত লিখা।(ক) কাণ্ডই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষন কৰে। উত্তৰঃ শিপাই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষন কৰে। (খ) পাতে গছক থিয় কৰি ৰাখে। উত্তৰঃ গা-গছে গছক থিয় কৰি ৰাখে। (গ) শিপাই পাতলৈ পানী পৰিৱহন কৰে। উত্তৰঃ কাণ্ডই পাতলৈ পানী পৰিৱহন কৰে। (ঘ) এপাহ…

Read the full article