গতি আৰু দূৰত্বৰ জোখ মাখ । অধ্যায় ১০ । Class 6 General Science Lesson 10 Question and Answer Assam | SCERT Class 6 G.Science Chapter 10 Solution | ষষ্ঠ মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১০ গতি আৰু দূৰত্বৰ জোখ মাখ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

গতি আৰু দূৰত্বৰ জোখ মাখ

১। মাটি, পানী আৰু বায়ুত ব্য়ৱহাৰ কৰা পৰিৱহন ব্য়ৱস্থাৰ প্ৰতিবিধৰ দুটাকৈ উদাহৰণ দিয়া?

উত্তৰ ঃ মাটি- বাছ আৰু ৰেল।
পানী- নাওঁ আৰু জাহাজ। বায়ু- উৰাজাহাজ আৰু হেলিকপ্তাৰ।

২। খালী ঠাই  পূৰ  কৰা-

(ক ) এক মিটাৰ মানে  ১০০  চে.মি.।
(খ ) পাঁচ কিলোমিটাৰ মানে ৫০০০  মিটাৰ।
(গ) দোলনাত  শিশু এটাই  কৰা গতিটো হৈছে  পৰ্যাবৃত্ত গতি।
(ঘ) চিলাই  মেচিনৰ  বেজীটোৰ গতিটো হৈছৈ  পৰ্যাবৃত্ত গতি।
ঙ )  বাইচাইকেলৰ চকাৰ  গতিটো  হৈছে  বৃত্তীয়  গতি।

৩।  ভৰিৰ খোজ  বা  পদচিহ্ন  এটাক কিয়  দৈৰ্ঘ্য়ৰ  জোখৰ  প্ৰকাশ  একক হিচাপে  ব্য়ৱহাৰ  কৰিব   নোৱাৰি?উত্তৰঃ 

৪।  বৰ্দ্ধিত  ক্ৰমত  তলৰ  দৈঘ্য়বোৰ  সজোৱা।১মিটাৰ, ১ চেণ্টিমিটাৰ, ১ কিলোমিটাৰ, ১ মিলিমিটাৰ

উত্তৰঃ 

৫। এজন  মানুহৰ  উচ্চতা  ১.৬৫  মিঃ  ইয়াক  চেঃমিঃ  আৰু  মিলিমিটাৰত  প্ৰকাশ  কৰা।

উত্তৰঃ              
৬।  ৰাধাৰ ঘৰ আৰু স্কুলৰ  মাজত  দূৰত্ব  ৩২৫০ মিঃ।  ইয়াককিলোমিটাৰ  প্ৰকাশ  কৰা-

উত্তৰ ঃ 

৭। ঊণ  গুঁঠা  শলা এডালৰ  দৈৰ্ঘ্য  জোখোতে  স্কেলৰডালৰ  এটা মূৰৰ  মানে  ৩.০  চেঃ মিঃ  আৰু  আনটো  মূৰৰ  মান  ৩৩.১  চেঃমিঃ  পোৱা  গ’ ল   |   শলাডালৰ  দৈৰ্ঘ্য  কিমান  | 
উত্তৰ ঃ  
 

৮।  চলি গৈ থকা বাইচাকেল এখন আৰু চুইছ অন  কৰা চিলিংফেন এখনৰ গতিৰ সাদৃশ্য আৰু  পাথৰ্ক্যবোৰ লিখা।উত্তৰঃ 

৯। দূৰত্ব জুখিবলৈ তোমৈলোকে বাৰু কিয় ইলাষ্টিকৰ মাপক ফিটা ব্য়ৱহাৰ কৰিব নোৱাৰা? ইলাষ্টিকৰ ফিটাৰে তুমি জোখা দূৰত্ব এটাৰ বিষয়ে কাৰোবাক কওঁতে তুমি কি সমস্য়াৰ সন্মুখীন হ’বা?

উত্তৰঃ 

১০) পৰ্যাবৃত্ত গতিৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ