AJB Class 4 Assamese Chapter 4 Answer কাজিৰঙাত এদিন

Chapter 4

কাজিৰঙাত এদিন

ক্ৰিয়া কলাপ

⚪ অৰ্থৰ সৈতে চিনাকি হওঁ আহা

শাস্তী = যন্ত্ৰণা; দণ্ড

চঞ্চল = অস্হিৰ

আইন = প্ৰশাসনীয় নিয়ম বা কাৰ্য্য-বাধি

ব্যৱস্হা =দিহা

জয়াল = ভয়-লগা

সুৰগী পহু = ডাঙৰকৈ মাত মতা এজাতি সৰু পহু

দূৰবীণ = দুৰৰ বস্তু স্পষ্টকৈ চাব পৰা যন্ত্ৰ

নিৰ্জু = শান্ত; খং-ৰাগ নথকা

অতিথিশালা = আলহী থকা ঘৰ

⚪ পঢ়া আৰু বুজা

হই নই হ্ন ষই টই ষ্ট

চই ছই চ্ছ সই তই স

ষই টই ৰই ষ্ট্ৰ লই থই স্

ৰই জই ৰ্জ ৰই কই ৰ্

ঞই চই ঞ্চ পই ৰই প্ৰ

⚪ পঢ়া আৰু লিখা:

আহ্নিক বহ্নি অপৰাহ্ন শুভেচ্ছা চাঞ্চল্য হস্তী সুস্থ

[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা:

ক) বকুতহঁলে কোনখন ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰিছিল?

উত্তৰঃ

খ) বনৰীয়া জীৱ-জন্তুবোৰ ক’ত নিৰ্ভয়ে বসবাস কৰে?

উত্তৰঃ

গ) ৰাষ্ট্ৰীয় উদ্যানত চিকাৰ কৰোঁতাক কি কৰা হয়?

উত্তৰঃ

ঘ) বকুলহঁত কাজিৰঙাৰ ভিতৰলৈ কিহৰ পিঠিত উঠি গৈছিল?

উত্তৰঃ

ঙ) জাহ্নৱীয়ে গৰুৰ পোৱালি বুলি আঙুলিয়াই দেখুওৱা জন্তুবোৰ প্ৰকৃততে কি আছেল?

উত্তৰঃ

চ) কাজিৰঙাৰ ভিতৰত জাহ্নবীহঁতে কোনবিধ প্ৰাণীয়ে বোকাত নামি খেলি থকা দেখিছিল?

উত্তৰঃ

ছ) জাহ্নৱীহঁতে হাতী দুটাক কি খাবলৈ দিছিল?

উত্তৰঃ

জ) ৰাতিটো বকুলহঁতে ক’ত কটাইছিল?

উত্তৰঃ

ঝ) সপোনত জাহ্নৱীয়ে কাৰ লগত খেলিছিল?

উত্তৰঃ

[২] দুই-তিনিটা বাক্য উত্তৰ লিখা:

ক) বকুল আৰু জাহ্নৱীৰ মনত কিয় ৰং লাগিছিল?

উত্তৰঃ

খ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বকুল-জাহ্নৱীহঁতে কি কি প্ৰাণী দেখা পালে?

উত্তৰঃ

গ) চোৰাং চিকাৰীয়ে কি কৰে?

উত্তৰঃ

[৩] তলত কথাখিনি শুদ্ধ নে অশুদ্ধ লিখা:

ক) কাজিৰঙাত জীৱ-জন্তু চিকাৰ কৰিব পাৰি।

উত্তৰঃ

খ) বকুলহঁত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ গাড়ীৰে গৈছিল।

উত্তৰঃ

গ) কাজিৰঙাত বনৰীয়া ম’হ পোৱা যায়।

উত্তৰঃ

[৪] যাতায়তৰ বাবে মানুহে হাতী ব্যৱহাৰ কৰে। বকুল, জাহ্নৱীহঁতো কাজীৰঙাৰ ভিতৰলৈ হাতীৰ পিঠিত উঠি গৈছিল। হাতীৰ দৰে আন কি কি জন্তু মানুহে যাতায়াতৰ বাবে ব্যৱহাৰ কৰে, এখন তালিকা কৰাচোন।

নং জীৱ-জন্তুৰ নাম ব্যৱহাৰ
১ হাতী কাজিৰঙা আৰু উদ্যান সমূহ হাতী ব্যৱহাৰ কৰে



[৫] বুজা আৰু লিখা:

ৰং – আনন্দ

মৰম –

নিৰ্জু –

ইংগিত –

ইচ্ছা – ………

[৬] বুজা আৰু লিখা:

ওখ – চাপৰ

ইচ্ছা –

সাহসী –

সময় – ……..

উংসাহ – …….

ডাঙৰ –

সুবিধা –

[৭] পঢ়া আৰু বুজা:

ব্ন + অৰীয়া = বনৰীয়া

লগ + অৰীয়া = লগৰীয়া

কাষ + অৰীয়া = কাষৰীয়া

ভাও + অৰীয়া = ভাৱৰীয়া

নাও + অৰীয়া = নাৱৰীয়া

[৮] পঢ়া, বুজা আৰু লিখা:

অভয় + অৰণ্য = অভয়াৰণ্য

মহা + অৰণ্য =

লোক + অৰণ্য =

[৯] কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ গ’লে তুমি কি কি প্ৰাণী চাই বেছি ভালপাবা আৰু কিয় ভাল পাবা? এজন এজনকৈ থিয় হৈ কোৱা।

উত্তৰঃ

[১০] কাজিৰঙাৰ বাহিৰেও অসমত আৰু কি কি অভয়াৰণ্য আৰু ৰাষ্টীয় উদ্যান আছেশিক্ষকক সুধি জানি লোৱা।

[১১] কাজিৰঙাৰ ভিতৰত থকা বিলত গঁড়কেইটামানে খেলি থকা বকুলহঁতে দেখিছিল।বিলত বিবিধ মাছ আৰু আন জীৱ থাকে। অসমৰত বিলৰ বাহিৰেও আন কি কি ঠাইত মাছ থাকে বাৰু? মাছ থকা ঠাইবোৰৰ এখন তালিকা কৰা।

[১২] শিক্ষকক সুধি বুজা লোৱা। তাৰ পাছত লিখা:

ক) হৰিণাৰ মাংসই বৈৰী।

খ) এশগৰু মাৰিলে বাঘৰো মৰণ।

[১৩] পঢ়া, বুজা আৰু লিখা

যা: সিহঁত কাজিৰঙালৈ যাব।

 সিহঁত কাজিৰঙালৈ নাযায়।

 সিহঁত কাজিৰঙালৈ যাবনে?

খা: সিহঁত ভাঁত খাব।

  সিহঁত ভাঁত নাখায়।

  সিহঁত ভাঁত খাবনে?

নাচ: তাই নাচিব।

     তাই নানাচে।

     তাই নাচিবনে?

খেল: মই খেলিম।

       মই নেখেলো।

       মই খেলিমনে?

[১৪] ভাবা আৰু উত্তৰ উলিওৱা

ক) গছত গুটি লাগি কি গছ মৰে?

 হাতত নাক লৈ কি পহু চৰে?

খ) বুদ্ধত বৃহস্পতি গমনত খৰ,

 দিনৰ দিনটো গাঁতত থাকি সন্ধিয়া কান্ধে বৰ।