GU 5th Semester Assamese Solution | FYUGP Assamese 5th Semester Question & Answer NEP Course | 5th Semester Honours Assamese Model in Assam Gauhati University | 2025-2026 | Paper Code:: ASS-0500104 | Paper Code:: ASS-0500204 | Paper Code:: ASS-0500104 |

অসমীয়া নাটক (Assamese Drama) Paper Code:: ASS-0500104

গোটবিষয়বস্তু
গোট–১অসমৰ লোকনাট্য
গোট–২(ক) পাৰিজাত হৰণ — শংকৰদেৱ

(খ) পিম্পৰা গুচোৱা — মাধৱদেৱ

(গ) জন্মজাত্রা — গোপাল আতা
গোট–৩(ক) ৰামনৱমী — গুণাভিৰাম বৰুৱা

(খ) কাৰেঙৰ লিগিৰী — জ্যোতিপ্ৰসাদ আগৰৱালা
গোট–৪(ক) আহাৰ — অৰুণ শৰ্মা

(খ) হনুমান সাগৰ বান্ধা চাউ — প্ৰমোদ দাস

অসমীয়া গদ্য সাহিত্য (আৰম্ভণিৰপৰা ২০০০ খ্ৰীষ্টাব্দলৈ) Paper Code:: ASS-0500204

গোটবিষয়বস্তু
গোট–১(ক) ‘ৰুক্মিণী হৰণ’ নাটৰ অন্তৰ্গত ‘ৰুক্মিণীৰ প্ৰেমপত্র’— শঙ্কৰদেৱ

(খ) ‘অর্জুন ভঞ্জন’ নাটৰ অন্তৰ্গত ‘নন্দ-যশোদাৰ কলহ’ — মাধৱদেৱ

(গ) ‘সংক্ষেপে কৃষ্ণলীলা’— বৈকুণ্ঠনাথ ভট্টাচার্য
গোট–২(ক) শ্রীভক্তিৰত্নাকৰ কথাঃ “গুৰু সেৱা মাহাত্ম্য’ — গোপালচৰণ দ্বিজ

(খ) শ্ৰীৰামায়ণ কথাঃ ‘ৰামৰ বন গমন’— ৰঘুনাথ মহন্ত

(গ) ‘ত্ৰিপুৰাত মদন পূজাৰ আড়ম্বৰ মোট খোলাৰ কৌতুক’ (ত্ৰিপুৰা বুৰঞ্জী) — ৰত্নাকৰ কন্দলি, অর্জুন দাস বৈৰাগী
গোট–৩(ক) অসমীয়া সাহিত্যৰ চানেকী, ১ম খণ্ডঃ ‘কৰতি মন্ত্ৰ’ — হেমচন্দ্র গোস্বামী সম্পাদিত

(খ) সপ্তদশ শতিকাৰ চামধৰা গড়ৰ ৰণজয়ৰ শিলৰ ফলি

(গ) ‘সত্ৰাধিকাৰৰ অভিষেক উৎসৱ’ — মণিৰাম দেৱান বৰভাণ্ডাৰ বৰুৱা
গোট–৪(ক) ‘নগয়া দ্রোহী লোকৰ চৰিত্ৰ বৰ্ণন’ — নিধিলিবাই ফাৰৱেল

(খ) ‘সদানন্দৰ কলাঘুমটি’ — লম্বোদৰ বৰা

(গ) ‘অঙ্কীয়া নাটৰ ৰস-বিচাৰ’ — সত্যেন্দ্রনাথ শর্মা

প্ৰাচীন ভাৰতীয় আৰু মধ্য ভাৰতীয় আৰ্যভাষাৰ ৰূপৰেখা Paper Code:: ASS-0500304

গোটবিষয়বস্তু
গোট–১ভাৰতীয় আর্যভাষাৰ বিৱৰ্তনঃ বৈদিক-সংস্কৃতৰ উত্থান, পালি-প্রাকৃত-অপভ্রংশ ভাষাৰ বিকাশ
গোট–২ভাৰতীয় আর্যভাষাৰ বিভিন্ন স্তৰৰ নিৰ্বাচিত পাঠ
(ক) সংস্কৃতঃ নীতিশতক শ্লোক (১-৫)
(খ) অশোকৰ অনুশাসনঃ গিৰ্ণাৰ-১
(গ) পালিঃ ধম্মপদৰ চিত্তবগ্‌গ্ন (১-৫)
(ঘ) প্রাকৃত: গাহাসত্তসঈ (প্রথম পাঁচটা গাথা)
(ঙ) অপভ্রংশঃ সংনেহ ৰাসউ (প্ৰথম প্ৰক্ৰমৰ প্ৰথম চাৰিটা শ্লোক)
গোট–৩সংস্কৃত-পালি-প্ৰাকৃত ভাষাৰ তুলনাঃ স্বৰধ্বনি, ব্যঞ্জনধ্বনি
গোট–৪সংস্কৃত-পালি-প্ৰাকৃতৰ ধ্বনিগত পৰিৱৰ্তনৰ প্ৰক্ৰিয়া
সমীভৱন, স্বৰ-সংগতি, অপিনিহিতি, বিষমীভৱন, নাসিক্যীভৱন, মহাপাৰাণতা, অল্পপ্রাণতা, সমাক্ষৰ লোপ

BA 5th Sem Assamese Solution

S. NoBA Solutions for 5th Semester Assamese – All Chapters
1শংকৰদেৱৰ সাহিত্যৰ পৰিচয় আৰু পটভূমি
2বৰগীত
3হৰিশ্চন্দ্ৰ উপাখ্যান
4পাৰিজাত-হৰণ নাট
✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top