কোনখন ঠাইক অসমৰ খাজুৰাহো বুলি কোৱা হয় ?

মদন কামদেৱ দেৱালয় (বাইহাটা চাৰিআলি) অসমৰ খাজুৰাহো বুলি কোৱা হয় ।