SVN Class 4 Ramayana Sadhu Chapter 16 Answer লংকা দহণ

Chapter 16

লংকা দহণ

অনুশীলনীঃ

(১) খালী ঠাই পূৰ কৰা-

(ক) হনুমানে এক ঘোচাত অক্ষয় কুমাৰ ক মাৰি পেলালে।

(খ) মেঘনাদ ৰাৱন ৰ পুতেক আছিল।

(গ) সীতাই হনুমানক নিজৰ চূড়ামনি দিলে।

(২) বিভীষণে ৰাৱনক কি কৈছিল ?
উত্তৰঃ বিভীষণে ৰাৱনক ক’লে যে এই বান্দৰটো দূত হৈ আহিছে দূতক মাৰিব নাপায় বুলি ক’লে।

(৩) হনুমানে বিভীষণৰ ঘৰটোত কিয় জুই লগাই নিদিলে ?
উত্তৰঃ হনুমানে বিভীষণৰ ঘৰটোত জুই লগাই নিদিলে কাৰণ বিভীষণ ৰামৰ ভক্ত আছিল।

(৪) ৰাম কিয় হতাশ হৈছিল ?
উত্তৰঃ কিষ্কিন্ধ্যাত সীতাৰ কোনো বাতৰি নাপাই ৰাম হকাশ হৈছিল।

(৫) সুগ্ৰীৱৰ চিন্তা কাৰণ কি আছিল ?
উত্তৰঃ সুগ্ৰীৱৰ চিন্তা কাৰণ আছিল সীতাৰ কোনো বাতৰি পোৱা নাছিল।

Type: Pompi Hazarika