AHSEC Class 12 Geography Chapter 3 তৃতীয় অধ্যায় পাঠটোৰ উত্তৰ

তৃতীয় অধ্যায়

জনসংখ্যাৰ সংৰচনা

অনুশীলনীঃ

(১) লিংগ অনুপাত কি ? ইয়াক কেনেদৰে নিৰ্ণয় কৰা হয়।

উত্তৰঃ

(২) জনসংখ্যা গঠন মানে কি ?

উত্তৰঃ

(৩) কৰ্মঠ জনসংখ্যা কি ?

উত্তৰঃ

(৪) বয়স্ক জনসংখ্যা কি ?

উত্তৰঃ

(৫) পৃথিৱীৰ কোনখন দেশৰ সৰ্বাধিক লিংগ অনুপাত আছে ?

উত্তৰঃ

(৬) লিংগ অনুপাত নিম্ন হোৱা কেইখনমান দেশৰ নাম ?

উত্তৰঃ

(৭) পৃথিৱীৰ কোনখন দেশৰ একেবাৰে নিম্ন লিংগ অনুপাত দেখা যায় ?

উত্তৰঃ

(৮) ভাৰতবৰ্ষত কিমান বয়সৰ জনসংখ্যা শিক্ষিত বুলি ধৰা হয় ?

উত্তৰঃ

(৯) গ্ৰাম্য আৰু নগৰৰ সংৰচনাৰ মাজত পাথৰ্ক্যবোৰ কি কি ?

উত্তৰঃ

(১০) নিম্ন লিংগ অনুপাত হোৱাৰ কাৰণবোৰ কি কি ?

উত্তৰঃ

(১১) উন্নয়নশীল দেশসমূহৰ মহিলাৰ জনসংখ্যা কম হোৱাৰ কাৰণ কি ?

উত্তৰঃ

(১২) মানুহৰ বৃত্তীয় গাঁঠনিৰ বিষয়ে লিখা ?

উত্তৰঃ