AJB Class 4 Assamese Chapter 17 Answer দেওবাৰ! দেওবাৰ!

পাঠ:সোতৰ

দেওবাৰ! দেওবাৰ!

*অৰ্থৰ সৈতে চিনাকি হওঁ আহা:

বেজাৰ = দুখ; অসন্তোষ

লৰালৰি = খৰ-খেদা; ততাতৈয়া

লাহে-ধীৰে = খৰধৰ নকৰাকৈ; ধীৰে-শাঁতে

[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা:

ক) দেওবাৰৰ দিনত কিয় বেজাৰৰ চিন নাথাকে?

উত্তৰঃ

খ) দেওবাৰৰ দিনটোক কিয় যাদু-লগা দিন বুলি কোৱা হৈছে?

উত্তৰঃ

গ) তুমি দেওবাৰটো ভাল পোৱানে? দেওবাৰে তুমি কি কি কৰা বাৰু?

উত্তৰঃ

[২] পঢ়া আৰু লিখা:

মাৰবল –

কিৰ্কেট –

বিৰিখ –

[৩] তুমি জনা কেইবিধমান ফলৰ নাম লিখাঁ। তাৰ ভিতৰত তুমি খাই ভালপোৱা এবিধ ফলৰ বিষয় দহোটামান বাক্যত এটি টোকা লিখাঁ।

৪] পঢ়া, বুজা আৰু লিখা:

ভৰি = চৰণ পদ

বেজাৰ =

দেউতা =

টোপনি = .

[৫] উদাহৰণত দিয়াৰ দৰে খালী ঠাই পূৰ কৰা:

উদাহৰণ: ভাল দিন। : বেয়া দিন।

ক) পৰিপাটি ঘৰ :…..লেতেৰা………… ঠাই।

খ) লাহে-ধীৰে শুই :……খৰধৰকৈ…………উঠি।

গ) হাঁহি থকা কেঁচুৱা :…কান্দি ………….. থকা মইনা।

[৬] উদাহৰণলৈ চাই বাক্য ৰচনা কৰা:

উদাহৰণ : খেলোঁ : মই ক্ৰিকেট খেলোঁ।

নেখেলোঁ :

ক) খাওঁঃ মই আম খায় ভাল পাওঁ

নাখাওঁঃ

খ) কৰোঁঃ মই কাম কৰোঁ।

নকৰোঁঃ

গ) পঢোঁঃ মই কিতাপ পঢোঁ

নপঢ়োঁঃ

ঘ) দিবাঃ মোক কিতাপ এখন দিবা।

নিদিবাঃ

ঙ) নাচেঃ তাই বিহু নাচে।

নানাচেঃ

[৭] কবিতাটো মনত ৰাখা।

[৮] শিক্ষকক সুধি অৰ্থ জানি লোৱা:

ক) আপোন ভালেই জগত ভাল।

উত্তৰঃ

খ) যত্ন কৰিলে ৰত্ন পায়।

উত্তৰঃ

[৯] উপযুক্ত শব্দটোৰে খালী ঠাই পূৰ কৰা:

লেট-পেট; কেৰ-কেৰ; থেৰো-গেঁৰো; থৰক-বৰক।

ক) মানুহজন শোৱাৰ লগে লগে পুৰণি বিছনাখন কৈ উঠিল।

খ) গাহৰিটোৱে বোকাতে খাই বাগৰি আছে।

গ) মানুহজনে মতাত মই কৈ আগ বাঢ়ি আহিলোঁ।

ঘ) আমাৰ ককাই আজিকালি কৈ খোজ কাঢ়ে।

[১০] ভাবা আৰু উত্তৰ উলিওৱা:

তিনিশ পঁয়ষষ্ঠিটা হাটীৰ পাল,

বাৰখন পথাৰত চৰে সৰ্বতিকাল।

ত্ৰিছতা পুখুৰীত খায় পানী,

সাতোটা স্তম্ভত বান্ধে টানি টানি।

উত্তৰঃ

Scroll to Top