HS 2nd Year History Chapter 4 Solution 2026 | AHSEC Class 12 History Chapter 4 চিন্তাবিদ সকল,বিশ্বাস আৰু স্থাপত্য সাংস্কৃতিক বিকাশ Question Answer
চিন্তাবিদ সকল,বিশ্বাস আৰু স্থাপত্য সাংস্কৃতিক বিকাশ ১। সাঁচী স্তূপ ক’ত অৱস্থিত?উত্তৰঃ সাঁচী স্তূপ Sanchi Stupa মধ্যপ্ৰদেশৰ ভূপালৰ পৰা উত্তৰ-পূৱে অৱস্থিত।