Category: AJB Class 6 Mahapurush Sankardev (AM)

AJB Class 6 Mahapurush Shankardev Chapter 8 Answer

অনুশীলনীঃ ১। শংকৰদেৱে মুঠতে কিমান ভ্ৰমণ কৰিছিল ? ভ্ৰমণৰপৰা উভতি অহা শংকৰদেৱৰ মাত শুনি ওলাই আহোঁতে খেৰসুতীয়ে কত কেনেকৈ আঘাত পাইছিল? উত্তৰঃ- শংকৰদেৱে সুদীৰ্ঘ বাৰটা বছৰ ভ্ৰমণ কৰিছিল। ভ্ৰমণৰপৰা উভতি অহা শংকৰদেৱৰ মাত শুনি খেৰসুতী ওলাই আহোঁতে বিছনাত উজুটি খাই খেৰসুতীয়ে আঁঠুত আঘাত পাইছিল। ২। শংকৰদেৱৰ নিৰ্দেশত নামঘৰ কত সজা হৈছিল ? এই ঘৰ কি…

Read the full article

AJB Class 6 Mahapurush Shankardev Chapter 7 Answer

১। তীৰ্থভ্ৰমণলৈ যাওঁতে শংকৰদেৱৰ লগত কোন কোন ওলাইছিল? তেওঁলোকে কি কি ঠাই চাইছিল? উত্তৰঃ- তীৰ্থভ্ৰমণলৈ যাওঁতে শংকৰদেৱৰ লগত সোতৰজন সংগী ওলাইছিল। লগতে তেখেতৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলী আৰু পৰমানন্দ, সৰ্বজয়, ৰামৰায়কে মুখ্য় কৰি ভালেমান লোক ওলাইছিল। তেওঁলোকে জগন্নাথ, পুৰী, মথুৰা, বৃন্দাবন, প্ৰয়াগ, বদৰিকাশ্ৰম, দ্বাৰকা, বাৰাণসীকে আদি কৰি বিভিন্ন ঠাই চাইছিল। ২। শংকৰদেৱ ভ্ৰমণলৈ যাবলৈ ওলাই খেৰসুতীক…

Read the full article

AJB Class 6 Mahapurush Sankardev Chapter 6 Answer

অনুশীলনীঃ ১। শংকৰে অ- ফলা আৰু ক- ফলা দুখন লিখিবলৈ শিকি উঠিয়েই আ- কাৰ, ই- কাৰ নোহোৱাকৈ কোনটো কবিতা লিখিছিল ? কবিতাটি মুখস্থ লিখাঁ । উত্তৰঃ- “কৰতল কমল কমল-দল নয়ন। ভবদব গহন গহন বন শয়ন।।নপৰ নপৰ পৰ সতৰত গময়।সভয় মভয় ভয় মমহৰ সততয়।খৰতৰ বৰশৰ হত দশ বদন।খগচৰ নগধৰ ফণধৰ শয়ন।।জগদঘ মপহৰ ভয়ভয় তৰণ।পৰপদ লয় কৰ…

Read the full article

AJB Class 6 Mahapurush Shankrdev Chapter 5 Answer

অনুশীলনী ১। মহেন্দ কন্দলীৰ পাঠশালাৰ গছৰ তলত বহি কথা পাতি থকা ছাত্ৰ দুজনৰ কথোপকথনখিনি তোমাৰ কথাৰে লিখাঁ । উত্তৰঃ- মহেন্দ কন্দলিৰ পাঠশালাৰ গছৰ তলত বহি ছাত্ৰ দুজনে আলোচনা কৰিছিল যে শংকৰসকল বাৰভূঞা বংশৰ, সেয়েহে গুৰুজনে তাক পাঠশালা সৰা-মচা কামবোৰ কৰিবলৈ নিদিয়ে। আনহাতে আনজনে কৈছিল যে শংকৰ বিদ্য়া-বুদ্ধিত চোকা, তাক কিবা এটা এবাৰ শিকালেই মনত ৰয়,…

Read the full article

AJB Class 6 Mahapurush Shankardev Chapter 3 Answer

অনুশীলনী ১। শংকৰ এদিন এছোৱা ৰাতিত খেৰসুতীৰ ভয়ত চুচুক্ -চামাককৈ কিয় ঘৰ সোমাইছিল লিখাঁ । উত্তৰঃ- এবাৰ হাবিৰ মাজত মৌ-বাহৰপৰা মৌ পাৰিবলৈ গৈ এছোৱা ৰাতিতহে ঘৰ সোমাল। গোটেই গাটো এঠা এঠা । কাপোৰ-কানিৰ অৱস্থা নাই, এই কাৰণেই শংকৰে খেৰখুতীৰ ভয়ত চুচুক-চামাককৈ ঘৰ চাপিলে। ২। খেৰসুতীয়ে শংকৰক কি কথাৰ কাৰণে তিৰস্কাৰ কৰিছিল ? খেৰসুতীয়ে শংকৰক কোৱা…

Read the full article

AJB Class 6 Mahapurush Shankardev Chapter 2 Answer

অনুশীলনী ১। শংকৰে শিহু পোৱালিটোৰ লগত খেলি থকা দেখি সতানন্দৰ কি কথা মনলৈ আহিছিল ? উত্তৰঃ- শংকৰে শিহু পোৱালিটোৰ লগত খেলি থকাৰ দেখি সতানন্দৰো খেলিবৰ মন গৈছিল। ২। শংকৰে লগৰীয়াৰ লগত জেদ ধৰি কি চৰাই ধৰিছিল ? সেই চৰাইবোৰ ধৰি শেষত তেওঁ কি কৰিছিল ? উত্তৰঃ- শংকৰে লগৰীয়াৰ লগত জেদ ধৰি বতা চৰাই ধৰিছিল। সেই…

Read the full article

AJB Class 6 Mahapurush Sankardev Chapter 1 Answer

অনুশীলনী ১। বালিভাত খাবলৈ যোৱাৰ কথাটো প্ৰথমে কোনে উলিয়াইছিল ? উত্তৰঃ- বালিভাত খাবলৈ যোৱাৰ কথাটো প্ৰথমে শংকৰে উলিয়াইছিল।২। শংকৰহঁত বালিভাত খাবলৈ ক’লৈ গৈছিল ? বালিভাত খাবলৈ কোন কোন গৈছিল ? উত্তৰঃ- শংকৰহঁত বালিভাত খাবলৈ হিদলগুৰিলৈ গৈছিল। বালিভাত খাবলৈকে বিতোপন, জয়ৰাম, সতানন্দ, তিতাৰাম, সনাতন গৈছিল। ৩। ভেকুৰিৰ ওপৰত কিহৰ দায়িত্ব পৰিছিল ? উত্তৰঃ- ভেকুৰিৰ ওপৰত ঘৰে…

Read the full article

AJB Class 6 Mahapurush Sankardev Answer

Lesson: 1 প্ৰথম অধ্যায় Lesson: 2 দ্বিতীয় অধ্যায় Lesson: 3 তৃতীয় অধ্যায় Lesson: 4 চতুৰ্থ অধ্যায় Lesson: 5 পঞ্চম অধ্যায় Lesson: 6 ষষ্ঠ অধ্যায় Lesson: 7 সপ্তম অধ্যায় Lesson: 8 অষ্টম অধ্যায় Lesson: 9 নৱম অধ্যায় Lesson: 10 দশম অধ্যায় Lesson: 11 একাদশ অধ্যায় Lesson: 12 দ্বাদশ অধ্যায় Lesson: 13 ত্ৰয়োদশ অধ্যায় Lesson: 14 চতুৰ্দশ…

Read the full article