পৰিকল্পনা, বাজেট আৰু উন্নয়ন পাঠ – ২৩ অনুশীলনী ১ ) চমু উত্তৰ লিখা- ক) পৰিকল্পনা কাক বােলে ? উত্তৰঃ কামবোৰ নিয়াৰিকৈ কৰিবলৈ খৰচৰ এক হিচাপক পৰিকল্পনা বুলি কোৱা হয়। খ) মিতব্যয়িতা মানে কি ? উত্তৰঃ পৰিকল্পনাৰ খৰচখিনিৰ পৰা ৰাহি হোৱা ধনখিনি প্ৰতি মাহে নিয়মিত সঞ্চয় কৰাকেই মিতব্যয়ীতা বুলি কোৱা হয়। গ) বাজেট কাক বােলে ? উত্তৰঃ পৰিকল্পনামতে কামসমূহ ৰূপায়ণ…