Category: SVN Class 7 Social Science (AM

SVN Class 7 Social Science Chapter 13 Answer মোগল ৰাজত্বকালত ভাৰতবৰ্ষ

মোগল ৰাজত্বকালত ভাৰতবৰ্ষ পাঠ ১৩ (১) উত্তৰ লিখাঃ (ক) কোন চনত ভাৰতত মােগল সাম্রাজ্য প্রতিষ্ঠা হৈছিল? উত্তৰঃ ১৫২৬ খ্ৰীঃত ভাৰতত মােগল সাম্রাজ্য প্রতিষ্ঠা হৈছিল। ( খ ) কোনখন যুদ্ধত আকবৰে মেৱাৰৰ ৰাণা প্রতাপ সিংহক পৰাস্ত কৰি চিতােৰ দুর্গ অধিকাৰ কৰিছিল ? উত্তৰঃ হলদিঘাটৰ যুদ্ধত আকবৰে মেৱাৰৰ ৰাণা প্রতাপ সিংহক পৰাস্ত কৰি চিতােৰ দুর্গ অধিকাৰ কৰিছিল। ( গ ) ‘মনচব’…

Read the full article

SVN Class 7 Social Science Chapter 12 Answer গুপ্ত সাম্ৰাজ্যৰ উত্থান

গুপ্ত সাম্ৰাজ্যৰ উত্থান পাঠ ১২ ১। উত্তৰ লিখা  (ক) সমুদ্রগুপ্তৰ এলাহাবাদ স্তম্ভলিপিখন কোনে প্রস্তুত কৰিছিল?  উত্তৰঃ সমুদ্রগুপ্তৰ এলাহাবাদ স্তম্ভলিপিখন কবি হৰিসেনে প্রস্তুত কৰিছিল। (খ) সমুদ্রগুপ্তই দাক্ষিণাত্যত কেইজন ৰজাক পৰাস্ত কৰিছিল? উত্তৰঃ সমুদ্রগুপ্তই দাক্ষিণাত্যত ১২ জন ৰজাক পৰাস্ত কৰিছিল। (গ) ফা-হিয়ানে ভাৰতবর্ষ ভ্ৰমণ কৰাৰ সময়য়ত গুপ্ত বংশৰ ৰজা কোন আছিল? উত্তৰঃ ফা-হিয়ানে ভাৰতবর্ষ ভ্ৰমণ কৰাৰ সময়য়ত গুপ্ত বংশৰ ৰজা…

Read the full article

SVN Class 7 Social Science Chapter 11 Answer মৌৰ্যৰ পৰৱৰ্তী যুগৰ ভাৰতবৰ্ষ

পাঠ-১১ ১। উত্তৰ লিখা –  (ক) মৌৰ্য বংশৰ শেষৰজন ৰজা কোন আছিল?উত্তৰঃ মৌৰ্য বংশৰ শেষৰজন ৰজা বৃহদ্ৰথ আছিল। (খ) শুংগ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?উত্তৰঃ শুংগ বংশ পুষ্য়মিত্ৰ শুংগই প্ৰতিষ্ঠা কৰিছিল। (গ) ‘মৃচ্ছকটিকম’ নামৰ নাটকখন কোনে ৰচনা কৰিছিল?উত্তৰঃ ‘মৃচ্ছকটিকম’ নামৰ নাটকখন শূদ্ৰকে ৰচনা কৰিছিল। (ঘ) গ্ৰীকসকলক ভাৰতবৰ্ষত আৰু কি নামেৰে জনা গৈছিল।উত্তৰঃ গ্ৰীকসকলক ভাৰতবৰ্ষত যৱন নামেৰে জনা গৈছিল। (ঙ) নাটৰ…

Read the full article

SVN Class 7 Social Science Chapter 10 Answer ভাৰতৰ কৃষি

ভাৰতৰ কৃষি পাঠ-১০ ১। ভাৰতৰ উল্লেখযোগ্য কৃষি পদ্ধতিসমূহ কি কি?উত্তৰঃ ভাৰতৰ উল্লেখযোগ্য় কৃষি পদ্ধতিসমূহ হৈছে -* ভূমিৰ ওপৰত নিৰ্ভৰ কৰি কৰা কৃষি পদ্ধতি।* ৰোপনৰ ওপৰত ভিত্তি কৰি কৰা কৃষি পদ্ধতি।* উৎপাদনৰ পৰিমান আৰু বজাৰৰ ভিত্তিত কৰা কৃষি।* বাণিজ্য়িক কৃষি পদ্ধতি। ২। গহন কৃষি কাক বোলে?উত্তৰঃ যিবোৰ ঠাইত জনসংখ্য়া বেছি কিন্তু মাটি কম, তেনে ঠাইত কৰা কৃষিকে গহন কৃষি বোলা…

Read the full article

SVN Class 7 Social Science Chapter 9 Answer ভাৰতৰ জলবায়ু

ভাৰতৰ জলবায়ু পাঠ-৯ ১। ভাৰতৰ প্ৰায় সোঁমাজেদি পাৰ হৈ যোৱা কাল্পনিক অক্ষৰেখাডাল কি? উত্তৰঃ ভাৰতৰ প্ৰায় সোমাজেদি পাৰ হৈ যোৱা কাল্পনিক ৰেখাডালৰ নাম হৈছে – কৰ্কটক্ৰান্তি ৰেখা। ২। ব’হাগ মাহত অহা ধুমুহাৰ দুটা নাম লিখা। উত্তৰঃ ব’হাগ মাহত অহা ধুমুহাৰ দুটা নাম হৈছে – কালবৈশাখী আৰু বৰদৈচিলা। ৩। ভাৰতৰ প্ৰধান ঋতুকেইটা কি কি? উত্তৰঃ ভাৰতৰ প্ৰধান ঋতুকেইটা হৈছে…

Read the full article

SVN Class 7 Social Science Chapter 8 Answer ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চল

ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চল পাঠ-৮ ১। উত্তৰ – পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ নাম লিখা। উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য়কেইখনৰ নাম হৈছে – অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু ছিকিম। ২। ২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ জনসংখা কিমান? উত্তৰঃ ২০১১ চনৰ লোকপিয়ল অলুসৰি উত্তৰ-পূৰিবাঞ্চলৰ জনসংখ্য়া হৈছে – ৪,৫৫,৩৩,৯৮২ । ৩। লোকটক হ্ৰদ ক’ত অৱস্থিত? উত্তৰঃ লোকটক হ্ৰদ উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰত অৱস্থিত। ৪। উত্তৰ-পূৰ্বাঞ্চলৰ…

Read the full article

SVN Class 7 Social Science Chapter 7 Answer পুৰণি অসমৰ সমাজ আৰু অৰ্থনীতি

পুৰণি অসমৰ সমাজ আৰু অৰ্থনীতি পাঠ-৭ ১। অতি চমুকৈ উত্তৰ দিয়া – (ক) পুৰণি অসমৰ সমাজ ব্যৱস্থা কিহৰ ভেটিত প্ৰতিষ্ঠিত আছিল? উত্তৰঃ পুৰণি অসমৰ সমাজ ব্যৱস্থা বৰ্ণাশ্ৰম ধৰ্মৰ ভেটিত প্ৰতিষ্ঠিত আছিল। (খ) সমাজৰ আটাইতকৈ সৰু গোটটো কি আছিল? উত্তৰঃ সমাজৰ আটাইতকৈ সৰু গোটটো আছিল পৰিয়াল। (গ) বিবাহিতা নাৰীক কিয় সহধৰ্মিণী বোলা হৈছিল? উত্তৰঃ বিবাহিতা নাৰীগৰাকী স্বামীৰ সহযোগী হৈ…

Read the full article

SVN Class 7 Social Science Chapter 6 Answer অসমৰ সম্পদ

অসমৰ সম্পদ পাঠ-৬ ১। অসমৰ প্ৰাকৃতিক সম্পদৰ এটি বৰ্ণনা দিয়া। উত্তৰঃ অসম ৰাজ্য়খন প্ৰাকৃতিক সম্পদত চহকী। মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ সাৰুৱা ভূমিভাগ, নানা প্ৰজাতিৰ উদ্ভিদ আৰু বন্য়প্ৰাণীৰে উপচি থকা অসম বিভিন্ন খনিজ পদাৰ্থৰো ভঁৰাল। অসমত পোৱা সাৰুৱা তেলৰ বাবে অসমক পনীয়া সোণৰ ৰাজ্য় বুলিও কোৱা হয়। এশিঙীয়া গড়ৰ বাবে অসমখন পৃথিৱী বিখ্য়াত। তাৰোপৰি ইয়াৰ বনাঞ্চলসমূহত থকা…

Read the full article

SVN Class 7 Social Science Chapter 5 Answer সম্পদ

সম্পদ পাঠ-৫ ১। সম্পদ বুলিলে কি বুজা? উত্তৰঃ প্ৰকৃতিৰ পৰা পোৱা যিকোনো দ্ৰব্য় বা পদাৰ্থ যেতিয়া ব্য়ৱহাৰৰ উপযোগী কৰি তোলা হয় তাকে সাধাৰণ অৰ্থত সম্পদ বোলা হয়। ২। সম্পদৰ  প্ৰধান ভাগকেইটা কি কি? উত্তৰঃ সম্পদৰ প্ৰধান প্ৰকাৰ তিনিটা হৈছে – প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ আৰু মানৱসৃষ্ট বা কৰ্ষিত সম্পদ। ৩। মানৱক কিয় সম্পদ বোলা হয়? উত্তৰঃ মানুহে প্ৰকৃতিৰ…

Read the full article

SVN Class 7 Social Science Chapter 4 Answer আমাৰ পৰিৱেশ

আমাৰ পৰিৱেশ পাঠ ৪  ১। পৰিৱেশ মানে কি বুজা? উত্তৰঃ আমাৰ চাৰিওফালে থকা গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি, অৰ্থাৎ জীৱজগত আৰু উদ্ভিদজগতৰ কেউদিশে বিৰাজ কৰা পৰিস্থিতি বা অৱস্থাকে পৰিৱেশ বোলে। ২। পৰিৱেশ কেইপ্ৰকাৰৰ আৰু কি কি? উত্তৰঃ পৰিৱেশ দুই প্ৰকাৰৰ – (i) প্ৰাকৃতিক পৰিৱেশ আৰু (ii) মানৱ সৃষ্ট পৰিৱেশ। ৩। প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ মাজত পাৰ্থক্য কি কি?…

Read the full article