Class 1 English Chapter 6 Instructions AJB | Assamese Meaning

 Instructions

Listen and do. (শুনা আৰু কৰা।)

Please open the window. (অনুগ্ৰহ কৰি খিৰিকীখন খোলা।)

Please close the door. (অনুগ্ৰহ কৰি দুৱাৰখন বন্ধ কৰা।)

Please go there. (অনুগ্ৰহ কৰি তালৈ যোৱা। )

Please come here. (অনুগ্ৰহ কৰি ইয়ালৈ আহা।)

Let’s talk. (কথা কওঁ আহা।)

Please come to the blackboard. (অনুগ্ৰহ কৰি ব্লেকবোৰ্ডলৈ আহা।)

Take the duster. (ডাষ্টাৰটো লোৱা।)

Clean the blackboard. (ব্লেকবোৰ্ড পৰিষ্কাৰ কৰা)

Go back to your seat. (তোমাৰৰ আসনলৈ উভতি যোৱা।)

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top