SVN Class 4 Maths Chapter 10 Solution ভগ্নাংশ (ক)

Chapter 10

ভগ্নাংশ (ক)

১। তলৰ চিত্ৰোৰত গোটেইটোৰ কিমা অংশত ৰং কৰা

আছে?

২। তলত লিখা মতে প্ৰতিটো চিত্ৰৰ অংশটোত ৰং কৰা।

৩। ভগ্নাংশ লিখা

        ক) ৮ ভাগন ৬ = 

গ) ৪ ভাগ =

ঘ) ৯ ভাগৰ ৫ =

ঙ) ৫ ভাগৰ ২ =

৪। চিত্ৰৰ সহায়ত প্ৰকাশ কৰা:

৫। তলৰ ভগ্নাংশবোৰৰ হৰ আৰু লব লিখাঃ

৬। হৰ আৰু লব দিয়া আছে, ভগ্নাংশত লিখ্যঃ

ক) = ৮ আৰু লব = ৩

খ) হৰ= ৭ আৰু লব = ৬

গ) হৰ = ৯ আৰু লব= ৪

ঘ) হৰ=৮ আৰু লব= ৫

ঙ) হৰ= ১০ আৰু লব= ৩

৭। কার্যকলাপ : এখন আয়ত ক্ষেত্ৰকাৰ কাগজ লোৱা।

কাগজ খনক ভাঁজ কৰি সমানে চাৰিটা অংশত ভগাব লাগে।

কি কি ভিন্ন ধৰণেৰে কাগজখনক চাৰিটা সমান অংশত ভাঁজ

কৰিব পাৰিবা। তোমাৰ আচাৰ্যৰ লগত আলোচনা কৰি

কাগজখন ভাঁজ কৰিবা। ভাগবোৰ সমান হয়নে নহয় পৰীক্ষা

কৰি চোৱা।

৮। এটুকুৰা কাপোৰৰ পৰা সমান জোখৰ ৮ খন ৰুমাল তৈয়াৰ কৰিলে—

ক) প্ৰতিখন ৰুমালৰ বাবে কিমান অংশ কাপোৰ ব্যৱহাৰ হ’ব?

খ) তিনিখন ৰুমালৰ বাবে কিমান অংশ কাপোৰ ব্যৱহাৰ হ’ব?

গ) ৫ খন ৰুমালৰ বাবে কিমান অংশ কাপোৰ ব্যৱহাৰ হ’ব?.

৯। দেবুৰ জন্মদিনৰ দিনা এটা কেক ১০ জন বন্ধুৰ সমানে ভগাই খালে

        ক) এজন বন্ধুৱে কেকটোৰ কিমান অংশ খালে?

        খ) দুজন বন্ধুৱে মিলি কেকটোৰ কিমান অংশ খালে?

        গ) কেকটোৰ অংশ কিমানি জন বন্ধুৱে খাব?

১০। তলত দেখুওৱা ধৰণে ৰং কৰা অংশ মিলোৱা।

সমমান ভগ্নাংশ বা সমতুল্য় ভগ্নাংশঃ

        ভভিতাই এটা আপেলক সমানে চাৰি ভাগত কাটিলে। তাইৰ বাবে, ভায়েকৰ বাবে, দেউতকৰ বাবে আৰু মাকৰ বাবে।

        প্ৰত্য়েকে কিমানকৈ খালে?

        মাকৰ ভাগটো ভায়েয়ক দিলে।

        এতিয়া ভায়েকে কিমান খালে?

        ভায়েকে  ভাগ খালে

        তোমালোকে দেখিলা নে ভায়েকে আপেলটোৰ আধা খালে।

        অৰ্থাৎ ভায়েকে  অংশ খালে।

        ইয়াৰ অৰ্থ হ’ব যে 

        আৰু  ৰ মান সমান। সেয়েহে  আৰু  ক সমমান ভগ্নাংশ বা সমতুল্য় ভগ্নাংশ বোলে।

        তলৰ চিত্ৰবোৰ ৰং কৰা অংশবোৰ ভগ্নাংশত লিখা

ওপৰৰ প্ৰতিটো চিত্ৰৰে ৰং কৰা অঞ্চলবোৰ সমান

হবনে? তেন্তে নিশ্চয় প্ৰতিটো চিত্ৰয়ো বুজোৱা ভগ্নাংশবোৰৰ মান সমান হ’ব।

গতিকে

এই ভগ্নাংশ কেইটা সমমানৰ বা সমতুল্য়।

 ভগ্নাংশটোৰ হৰ লব উভয়তে একে সংখ্য়া পূৰণ কৰিলে সমমান ভগ্নাংশবোৰ পোৱা গৈছে।

Type – Boby Bora

Scroll to Top