Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Ramayana Sadhu Chapter 12 Answer সুগ্ৰীৱৰ লগত বন্ধুত্ব

Chapter 12

সুগ্ৰীৱৰ লগত বন্ধুত্ব

(১) সুগ্ৰীৱ ঋষ্যমুক্ পৰ্বতত কিয় বাস কৰিছিল ?
উত্তৰঃ সুগ্ৰীৱ ঋষ্যমুক্ পৰ্বতত বালীৰ ভয়ত বাস কৰিছিল।

(২) হনুমানে ৰাম আৰু সুগ্ৰীৱৰ মাজত কিয় বন্ধুত্ব পাতি দিছিল ?
উত্তৰঃ হনুমানে ৰাম আৰু সুগ্ৰীৱৰ মাজত বন্ধুত্ব পাতি দিলে কাৰণ হনুমানে ৰাম ভগবান বুলি জানিব পাৰিছিল আৰু ৰামেহে সুগ্ৰীৱক বালিৰ পৰা মুক্ত কৰিব পাৰিব বুলি জানি বন্ধুত্ব পাতি দিছিল ।

Type: Pompi Hazarika

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects