Chapter 14
হনুমান সাগৰ পাৰ হ’ল
অনুশীলনীঃ
(১) সম্পাতীয়ে বান্দৰ দলক কি কি ক’লে ?
উত্তৰঃ সম্পাতীয়ে বান্দৰ দলক ‘সাগৰ সিপাৰে লংকা | লংকাত অশোক বন নামেৰে এখন উপবন আছে | সীতাক তাতে ই বন্দী কৰি ৰখা হৈছে বুলি ক’লে।
(২) হনুমানে সাগৰ পাৰ হৈ লঙ্কা কেনেকৈ পালে ?
উত্তৰঃ হনুমানে সাগৰ পাৰ হৈ সুৰক্ষা ৰাক্ষসিনীক পৰাজিত কৰি লঙ্কাৰ পাইছিল।
(৩) খালী ঠাই পূৰ কৰা-
(ক) অঙ্গদৰ প্ৰধান সহায়ক হনুমান আৰু জাম্বৱন্ত আছিল।
(খ) জটায়ুৰ ভায়েকৰ নাম সম্পাতী আছিল।
(গ) হনুমানে বাটত সুৰসা ৰাক্ষসিনীক পালে।
Type: Pompi Hazarika
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post