Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Ramayana Sadhu Chapter 16 Answer লংকা দহণ

Chapter 16

লংকা দহণ

অনুশীলনীঃ

(১) খালী ঠাই পূৰ কৰা-

(ক) হনুমানে এক ঘোচাত অক্ষয় কুমাৰ ক মাৰি পেলালে।

(খ) মেঘনাদ ৰাৱন ৰ পুতেক আছিল।

(গ) সীতাই হনুমানক নিজৰ চূড়ামনি দিলে।

(২) বিভীষণে ৰাৱনক কি কৈছিল ?
উত্তৰঃ বিভীষণে ৰাৱনক ক’লে যে এই বান্দৰটো দূত হৈ আহিছে দূতক মাৰিব নাপায় বুলি ক’লে।

(৩) হনুমানে বিভীষণৰ ঘৰটোত কিয় জুই লগাই নিদিলে ?
উত্তৰঃ হনুমানে বিভীষণৰ ঘৰটোত জুই লগাই নিদিলে কাৰণ বিভীষণ ৰামৰ ভক্ত আছিল।

(৪) ৰাম কিয় হতাশ হৈছিল ?
উত্তৰঃ কিষ্কিন্ধ্যাত সীতাৰ কোনো বাতৰি নাপাই ৰাম হকাশ হৈছিল।

(৫) সুগ্ৰীৱৰ চিন্তা কাৰণ কি আছিল ?
উত্তৰঃ সুগ্ৰীৱৰ চিন্তা কাৰণ আছিল সীতাৰ কোনো বাতৰি পোৱা নাছিল।

Type: Pompi Hazarika

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects