Might Learn Logo Might Learn Might Learn Shop

SVN Class 7 Social Science Chapter 8 Answer ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চল

ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চল

পাঠ-৮

১। উত্তৰ – পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য়কেইখনৰ নাম হৈছে – অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু ছিকিম।

২। ২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ জনসংখা কিমান?

উত্তৰঃ ২০১১ চনৰ লোকপিয়ল অলুসৰি উত্তৰ-পূৰিবাঞ্চলৰ জনসংখ্য়া হৈছে – ৪,৫৫,৩৩,৯৮২ ।

৩। লোকটক হ্ৰদ ক’ত অৱস্থিত?

উত্তৰঃ লোকটক হ্ৰদ উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰত অৱস্থিত।

৪। উত্তৰ-পূৰ্বাঞ্চলৰ তিনিটা পাহাৰৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ তিনিটা পাহাৰৰ নাম হৈছে – গাৰো, খাচি আৰু ডফলা।

৫। উত্তৰ-পূৰ্বাঞ্চলৰ তিনিটা শৃংগৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ তিনিটা শৃংগৰ নাম হৈছে – দিবং মহাদেয়, কাঞ্চনজংঘা আৰু ব্লু মাউণ্টেন।

৬। উত্তৰ-পূৰ্বাঞ্চলৰ দুখন নদীৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ দুখন নদীৰ নাম হৈছে – ব্ৰহ্মপুত্ৰ আৰু বৰাক।

৭। উত্তৰ-পূৰ্বাঞ্চলৰ পাঁচখন উপনদীৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ পাঁচখন উপনদীৰ নাম হৈছে – দিহিং, দিচাং, দিখৌ, সোৱণশিৰি আৰু বুঢ়ীদিহিং।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects