নিৰপেক্ষ ন্যায় অনুশীলনী (a) এইটো সঁচানে যে অমাধ্যম অনুমানত দুটা আশ্ৰয়বাক্য় থাকে। উত্তৰঃ সঁচা নহয়। (b) প্ৰতিবৰ্তন এক অমাধ্যম অনুমান। কথাষাৰ সঁচানে? উত্তৰঃ সঁচা। (c) অমাধ্যম অনুমানত সিদ্ধান্তটো কেইটা আশ্ৰয়বাক্য়ৰ পৰা নিঃসৃত? উত্তৰঃ ১ টা আশ্ৰয়বাক্য়ৰ পৰা নিঃসৃত। (d) এইটো সঁচানে যে এটা অমিশ্ৰ নিৰপেক্ষ ন্য়ায়ত এটা হেতুপদ থাকিব লাগে। উত্তৰঃ সঁচা। (e) নিৰপেক্ষ ন্য়ায়ত…