Category: SVN Class 5 Social Science (AM)

SVN Class 5 Social Science Chapter 9 Answer জীৱিকা আৰু পৰস্পৰ নিৰ্ভৰশীলতা ।

১। জীৱিকাৰ পৰস্পৰ নিৰ্ভৰশীলতা বুজাবলৈ তলত দিয়া তালিকাখন সম্পূৰ্ণ কৰা। (খ) অংশটো পূৰ কৰিবলৈ বৃত্তিবোৰ (গ) অংশৰপৰা বাছি ল’বা। উত্তৰঃ (ক) জীৱিকা (খ) পৰস্পৰ নিৰ্ভৰশীলতা (গ) বিভিন্ন জীৱিকা     শিপিনী ১। সূতা ব্য়ৱসায়ী২। কাপোৰৰ দোকানী   পশু চিকিৎসক    নাৰ্ছ     চিকিৎসক ১।নাৰ্ছ২।ঔষধ বেচোতা   জাল গোঁঠা মানুহ  বিচাৰক     মাছমৰীয়া ১।জাল গোঁঠা মানুহ২।মাছ বেপাৰী   মহৰি  কাপোৰৰ দোকানী     উকীল ১।বিচাৰক২।মহৰি   সূতা ব্যৱসায়ী  গৰখীয়া     গুৱাল…

Read the full article

SVN Class 5 Social Science Chapter 8 Answer আমাৰ সামাজিক জীৱন পদ্ধতি

১। তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া—- ক) এটা জনসমষ্টিক কেতিয়া সমাজৰূপে গণ্য় কৰা হয়? উত্তৰঃ এটা অঞ্চলত বাস কৰা লোকসকলে উমৈহতীয়া কিছুমাননীতি-নিয়ম বা শৃংখলা ৰক্ষা কৰিলেহে কোনো জনসমষ্টিক সমাজৰূপে গণ্য় কৰা হয়। খ) আমি সামাজিক জীৱন কেনেদৰে উপভোগ কৰিব পাৰোঁ? উত্তৰঃ বুজাবুজিৰে কাম কৰি আমি সামাজিক জীৱন উপভোগ কৰিব পাৰোঁ। গ) সামাজিক দায়বদ্ধতা বুলিলে…

Read the full article

SVN Class 5 Social Science Chapter 7 Answer গৌতম বুদ্ধ আৰু মহাবীৰ

১। চমু উত্তৰ দিয়া—- ক) গৌতম বুদ্ধৰ সৰুকালৰ নাম কি আছিল? তেওঁক গৌতম বোলা হৈছিল কিয়? উত্তৰঃ গৌতম বুদ্ধৰ সৰুকালৰ নাম সিদ্ধাৰ্থ আছিল। তেওঁৰ মাক মায়াদেৱীৰ মৃত্য়ুৰ পিছত মাহীমাক গৌতমীয়ে তেওঁক ডাঙৰ-দীঘল কৰে। সেয়ে তেওঁক গৌতম বোলা হৈছিল। খ) কি গছৰ তলত তপস্য়া কৰি গৌতম বুদ্ধই পৰম জ্ঞান লাভ কৰিছিল? পাছলৈ গছজোপা কি নামেৰে জনাজাত…

Read the full article

SVN Class 5 Social Science Chapter 6 Answer আৰ্যসকলৰ শাসন ব্যৱস্থা : জন, জনপদ আৰু মহাজনপদ

১। চমুকৈ উত্তৰ দিয়াঃ  (ক) ১৬ খন মহাজনপদৰ ভিতৰত কোনখন আটাইতকৈ শক্তিশালী হৈছিল? উত্তৰঃ ১৬ খন মহাজনপদৰ ভিতৰত মগধ আটাইতকৈ শক্তিশালী হৈছিল। (খ) বাসৱদত্তা কোন আছিল? তেওঁক কোনে বিয়া কৰাইছিল? উত্তৰঃ বাসৱদত্তা আছিল অৱন্তীৰ শক্তিশালী ৰজা চন্দ্ৰপদ্য়ুৎ মহাসেনাৰ জীয়ৰী।     তেওঁক বৎসৰ ৰজা উদয়নে বিয়া কৰিছিল। (গ) মহাভাৰতত উল্লেখ থকা বংশ দুটা কি কি? উত্তৰঃ মহাভাৰতত উল্লেখ…

Read the full article

SVN Class 5 Social Science Chapter 5 Answer আর্য সভ্যতা

১। চমু উত্তৰ দিয়া- (ক) সপ্তসিন্ধু বুলিলে কি বুজা? উত্তৰঃ কাশ্মীৰ উপত্য়কা, আফগানিস্তানৰ গান্ধাৰ অঞ্চল আৰু বৰ্তমানৰ ভাৰতবৰ্ষৰ পাঞ্জাৱ আৰু পাকিস্তানক লৈয়ে সপ্তসিন্ধু অঞ্চল। (খ) ‘আৰ্য’ শব্দৰ অৰ্থ কি? উত্তৰঃ আৰ্য শব্দৰ অৰ্থ হৈছে- ‘শ্ৰেষ্ঠ’ বা ‘সুসভ্য়’। (গ) বিশ্বৰ আটাইতকৈ প্ৰাচীন গ্ৰন্থখনৰ নাম কি? উত্তৰঃ বিশ্বৰ আটাইতকৈ প্ৰাচীন গ্ৰন্থখনৰ নাম ঋকবেদ। (ঘ) মহাকাব্য যুগ বুলিলে কি বুজা। উত্তৰঃ বেদ…

Read the full article

SVN Class 5 Social Science Chapter 4 Answer বিশ্বৰ প্রাচীন সভ্যতাসমূহ আৰু ভাৰতৰ সিন্ধু সভ্যতা

১। চমু উত্তৰ দিয়া—– ক) নদী উপত্যকাত গঢ় লৈ উঠা দুটা প্রাচীন সভ্যতাৰ নাম লিখা।  উত্তৰঃ নদী উপত্যকাত গঢ় লৈ উঠা দুটা প্রাচীন সভ্যতাৰ নাম হৈছে- নীল নদীৰ পাৰৰ মিচৰীয় সভ্য়তা আৰু সিন্ধু নদীৰ পাৰৰ সভ্য়তা। (খ) সকলাে প্রাচীন সভ্যতা নদীভিত্তিক নাছিল, তাকে বুজাবলৈ দুটা উদাহৰণ দিয়া। উত্তৰঃ সকলাে প্রাচীন সভ্যতা নদীভিত্তিক নাছিল, তাকে বুজাবলৈ দুটা উদাহৰণ…

Read the full article

SVN Class 5 Social Science Chapter 3 Answer আদিম মানৱ আৰু সভ্যতাৰ বিকাশ

১। চমু উত্তৰ দিয়াঃ ক) কোন চাৰিবিধ প্ৰাণীক বনমানুহ বোলা হয়? উত্তৰঃ গৰিলা, চিম্পাঞ্জী, গিবন আৰু ওৰাং – এই চাৰিবিধ জন্তুক বনমানুহ বুলি কোৱা হয়। খ) আদিম মানৱৰ মূল সমস্য়া কি কি আছিল? উত্তৰঃ আদিম মানৱৰ মূল সমস্যা আছিল খোৱাৰ সমস্য়া, কাপোৰৰ সমস্য়া আৰু বসবাসৰ ঠাইৰ সমস্য়া। গ) পৃথিৱীৰ উপৰিভাগ চেঁচা হোৱাৰ ফলত কি পৰিৱৰ্তন…

Read the full article

SVN Class 5 Social Science Chapter 2 Answer ইতিহাসৰ অধ্যয়ন

১। ইতিহাস আৰু বুৰঞ্জী শব্দৰ অৰ্থ কি? উত্তৰঃ ইতিহাস হৈছে অতীতত ঘটা প্ৰকৃত ঘটনাৰ নিৰ্ভৰযোগ্য় ধাৰাবাহিক বিৱৰণী। আৰু বুৰঞ্জী হৈছে ৰজা-মহাৰজাৰ ঘৰৰ সত্য় ঘটনাৰ বিৱৰণী। ২। ইতিহাস পঢ়িলে কি কি লাভ হয়? উত্তৰঃ আমাৰ বৰৰ্তমানৰ অৱস্থাটোৰ ৰেহ-ৰূপ সম্পূৰ্ণকৈ বুজিবলৈ ইতিহাস জনাটো আৱশ্য়ক। পুৰণিকালৰ ঘটনাবোৰৰ মাজতে শিকিবলগীয়া বহুতো কথা আছে। অতীতত মানুহে লাভ কৰা জ্ঞান-বিজ্ঞানৰ কথাবোৰ…

Read the full article

SVN Class 5 Social Science Solution

Chapter. No Chapter. Name অধ্য়ায় : ১ সমাজ বিদ্যা পৰিচয় অধ্য়ায় : ২ ইতিহাসৰ অধ্যয়ন অধ্য়ায় : ৩ আদিম মানৱ আৰু সভ্যতাৰ বিকাশ অধ্য়ায় : ৪ বিশ্বৰ প্রাচীন সভ্যতাসমূহ আৰু ভাৰতৰ সিন্ধু সভ্যতা অধ্য়ায় : ৫ আর্য সভ্যতা অধ্য়ায় : ৬ আৰ্যসকলৰ শাসন ব্যৱস্থা : জন, জনপদ আৰু মহাজনপদ অধ্য়ায় : ৭ গৌতম বুদ্ধ আৰু…

Read the full article