প্ৰাণীৰ প্ৰজনন Lesson 9 ১। জীৱৰ প্ৰজননৰ গুৰুত্বৰ বিষয়ে বহলাই লিখা। উত্তৰঃ- ২। মানুহৰ নিষেচনৰ প্রক্রিয়া বর্ণনা কৰা। উত্তৰঃ- প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায় হৈছে শুক্ৰাণু ডিম্বাণুৰ সংযোজন। শুক্ৰাণুবোৰ যেতিয়া এটা ডিম্বাণুৰ সংস্পৰ্শলৈ আহে তেতিয়া এটা শুক্ৰাণু ডিম্বাণুৰ লগত সংযোজন হ’ব পাৰে। ডিম্বাণু আৰু শুক্ৰাণুৰ সংযোজনকে নিষেচন বোলে। নিষেচনত শুক্ৰাণু আৰু ডিম্বাণুৰ কোষকেন্দ্ৰ দুটাৰ সংযোজন হৈ…