Category: SVN Class 4 Enviroment (AM)

SVN Class 4 Environment Chapter 11 Answer পৃথিৱীৰ জলৰাশি

Chapter 11 পৃথিৱীৰ জলৰাশি ১। আমাৰ পৃথিৱীৰ চাৰিভাগৰ কেইভাগ সাগৰ মহাসাগৰে আগুৰি আছে? উত্তৰঃ আমাৰ পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই সাগৰ মহাসাগৰে আগুৰি আছে। ২। নদীৰ উৎস কি? উত্তৰঃ নদীৰ উৎস হ’ল- পৰ্বতৰ শিখৰৰ বৰফবোৰ।

SVN Class 4 Environment Chapter 10 Answer  বতৰ আৰু আমাৰ বাসস্থান

Chapter 10 বতৰ আৰু আমাৰ বাসস্থান ১। কি কি পৃথিৱীৰ বাবে অত্যন্ত প্ৰয়োজন? উত্তৰঃ সূৰ্যৰ পোহৰ আৰু তাপ পৃথিৱীৰ বাবে অত্যন্ত প্ৰয়োজন। ২।কোনে বায়ুমণ্ডলক গৰম কৰি ৰাখে? উত্তৰঃ সূৰ্যৰ পোহৰ আৰু তাপে বায়ুমণ্ডলক গৰম কৰি ৰাখে। ৩। বতৰৰ তাৰতম্য কিয় দেখা যায়? উত্তৰঃ সূৰ্যৰ পোহৰ পৃথিৱীৰ সকলোতে সমানে নপৰে সেয়ে বতৰৰ তাৰতম্য দেখা যায়। ৪।…

Read the full article

SVN Class 4 Environment Chapter 9 Answer জীৱমণ্ডল

Chapter 9 জীৱমণ্ডল ১। জীৱমণ্ডল কাক বোলে? উত্তৰঃ পৃথিৱীৰ উপৰিভাগ আৰু মাটিৰ তলৰ কিছু অংশলৈ বিস্তৃত পৰিসৰ। ২। জীৱমণ্ডলক ক্ৰমে কি কি হিচাপে অধ্যয়ন কৰা হয়? উত্তৰঃ পৰিস্থিতি তন্ত্ৰ, বসতি স্থান আৰু ক্ষুদ্ৰ বসতি স্থান হিচাপে অধ্যয়ন কৰে। ৩। জীৱমণ্ডলত কি কি প্ৰয়োজন? উত্তৰঃ জীৱমণ্ডলত খাদ্য বাসস্থান আৰু নিৰাপত্তা অত্যন্ত জৰুৰী। ৪। প্ৰাণী আৰু উদ্ভিদে…

Read the full article

SVN Class 4 Environment Chapter 8 Answer বায়ুমণ্ডল

Chapter 8 বায়ুমণ্ডল ১। পৃথিৱীৰ খোলাটো কিহে আগুৰি আছে? উত্তৰঃ পৃথিৱীৰ খোলাটো বায়ুমণ্ডলে আগুৰি আছে। ২। বায়ুমণ্ডলত কেইটা তৰপ আছে? উত্তৰঃ বায়ুমণ্ডলত পাঁচটা তৰপ আছে। ৩। বায়ুমণ্ডলত পাঁচটা তৰপৰ নাম কি কি? উত্তৰঃ ট্ৰপ ‘স্ফিয়াৰ, ষ্ট্ৰেট ‘স্ফিয়াৰ, মেচ’স্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ আৰু এক্স ‘জমস্ফিয়াৰ। ৪। আমি পৃথিৱীৰ কোনটো স্তৰত বসবাস কৰো। উত্তৰঃ আমি পৃথিৱীৰ ট্ৰপ ‘স্ফিয়াৰত বসবাস…

Read the full article

SVN Class 4 Environment Chapter 7 Answer মৰুভূমি আৰু ইয়াৰ বাসিন্দা

Chapter 7 মৰুভূমি আৰু ইয়াৰ বাসিন্দা ১। মৰুভূমি কেনেকুৱা এলেকা? উত্তৰঃ মৰুভূমি হ’ল বালিময় বহল এলেকা। ২। দিনৰ ভাগত কেনেকুৱা হয়? উত্তৰঃ দিনৰ ভাগত অত্যন্ত হয়। ৩। ধূলিৰ ধুমুহাই মাজে মাজে কি তৈয়াৰ কৰে? উত্তৰঃ বালি পাহাৰ তৈয়াৰ কৰে। ৪। মৰুভূমিৰ মানুহে উটবোৰক কি হিচাপে ব্যৱহাৰ কৰে? উত্তৰঃ মৰুভূমিৰ মানুহে উটবোৰক বাহন হিচাপে ব্যৱহাৰ কৰে।…

Read the full article

SVN Class 4 Environment Chapter 6 Answer জৈৱ বৈচিত্ৰ্য

Chapter 6 জৈৱ বৈচিত্ৰ্য ১। জৈৱ বৈচিত্ৰ্য কাক বোলে? উত্তৰঃ পৃথিৱীৰ বুকুত ক্ৰমে মাটি, পানী আৰু বায়ুত থকা সকলো জীৱকে একেলগে জৈৱ বৈচিত্ৰ্য বোলে। ২। কাৰ কাৰ মাজত গভীৰ সম্পৰ্ক আছে? উত্তৰঃ ক্ষুদ্ৰ অনুজীৱ, বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীবোৰৰ মাজত গভীৰ সম্পৰ্ক আছে। ৩। প্ৰত্যেকে প্ৰত্যেকৰ ওপৰত কিমান পৰিমাণে নিৰ্ভৰশীল? উত্তৰঃ প্ৰত্যেকে প্ৰত্যেকৰ ওপৰত কম…

Read the full article

SVN Class 4 Environment Chapter 5 Answer পৃথিৱীৰ পানীভাগ ক’ত থাকে?

Chapter 5 পৃথিৱীৰ পানীভাগ ক’ত থাকে? ১। পানী পৃথিৱীত কিমান সংখ্যক থাকে? উত্তৰঃ পানী পৃথিৱীত চাৰিভাগৰ তিনিভাগ থাকে। ২। পৃথিৱীৰ চাৰিভাগৰ এভাগ কি? উত্তৰঃ পৃথিৱীৰ চাৰিভাগৰ এভাগ মাটি। ৩। পানী ক্ৰমে ক’ত ক’ত থাকে। উত্তৰঃ পানী ক্ৰমে- সাগৰ-মহাসাগৰ, নদ-নদী, সৰোবৰ আদিত থাকে। ৪। পৃথিৱীৰ ক’ত ক’ত বৰফ হিচাপে পানী গোটমাৰি থাকে। উত্তৰঃ পৃথিৱীৰ মেৰু অঞ্চলত…

Read the full article

SVN Class 4 Enviroment Chapter 4 Answer পৃথিৱীত জীৱৰ বিচৰণৰ আৰম্ভণি

Chapter 4 পৃথিৱীত জীৱৰ বিচৰণৰ আৰম্ভণি ১। পৃথিৱীৰ প্ৰথম জীৱ বুলি কাক ধৰা হয়?উত্তৰঃনীল হৰিৎ (নীল সেউজীয়া) শেলাইবোৰকে পৃথিৱীৰ প্ৰথম জীৱ বুলি ধৰা হয়। ২। শেলাই দেহত কি থাকে?উত্তৰঃ শেলাই দেহত পত্ৰহৰিৎ। ৩। মানুহ কি প্ৰাণী?উত্তৰঃ মানুহ সামাজিক প্ৰাণী। ৪। মানুহ পৃথিৱীৰ কি জীৱ?উত্তৰঃ মানুহ পৃথিৱীৰ উত্তম জীৱ। ৫। এই পৃথিৱীৰ শেষৰ বাসিন্দা কোন?উত্তৰঃ এই…

Read the full article

SVN Class 4 Enviroment Answer

পৃথিৱীখন বসবাসৰ উপযোগী কিয়? পাঠ ৩ ১। প্ৰাণীয়ে নিশাহত কি গেছ এৰি দিয়ে? উত্তৰঃ প্ৰাণীয়ে নিশাহত কাৰ্বন-ডাই-অক্সাইড গেছ এৰি দিয়ে। ২। প্ৰাণীয়ে নিশাহত এৰি দিয়া কাৰ্বন-ডাই-অক্সাইড গেছ কেনে কোৱা হয়? উত্তৰঃ প্ৰাণীয়ে নিশাহত এৰি দিয়া কাৰ্বন-ডাই-অক্সাইড গেছ গৰম আৰু বিষাক্ত হয়। ৩। কোনে কোনে কাৰ্বন-ডাই-অক্সাইড গেছ শোষণ কৰি জীৱৰ কল্যাণ সাধন কৰে? উত্তৰঃ অৰণ্য আৰু…

Read the full article

SVN Class 4 Environment Chapter 2 Answer সৌৰজগত আৰু প্ৰাকৃতিক পৰিবেশ

সৌৰজগত আৰু প্ৰাকৃতিক পৰিবেশ পাঠ ২ ১। আমি বসবাস কৰা পৃথিৱীখন সৌৰজগতৰ এটি কি? উত্তৰঃ আমি বসবাস কৰা পৃথিৱীখন সৌৰ জগতৰ এটি গ্ৰহ। ২। দূৰত্ব হিচাবত সূৰ্যৰ পৰা পৃথিৱীৰ স্থান কিমান? উত্তৰঃ দূৰত্ব হিচাবত সূৰ্যৰ পৰা পৃথিৱীৰ স্থান তৃতীয়। ৩। আমাৰ পৃথিৱীখন সূৰ্যৰ পৰা কিমান কিলোমিটাৰ দূৰত অৱস্থিত? উত্তৰঃ আমাৰ পৃথিৱীখন সূৰ্যৰ পৰা ১৫ কোটি…

Read the full article