পাৰ্থ-সাৰথি শ্ৰীকৃষ্ণ Chapter 10 অনুশীলনীঃ ১। শব্দ-অৰ্থ ঃউপনীত – উপস্থিত, আহি পোৱাওলোটা দূত – একেজনে দূতকে পক্ষয়ো দূতৰূপে কামত লগোৱাবৰণ কৰা – অভ্যৰ্থনা কৰা কাৰ্য, মনোনয়ন কৰাসমাচাৰ – খবৰ, বাৰ্তা, বাতৰিসন্ধি স্থাপন – দুটা বিৰোধী পক্ষৰ লগত মিল ঘটোৱাবাঞ্জা – ইচ্ছা, কামনাঅবাবতে – অকাৰণতে, প্ৰয়োজনহীনভাৱে, বিনা কাৰণত, অযথাউলটি – উভতি, ঘূৰিপুনৰপি – আকৌঅনতি পলমে –…