Category: Class 11 Advance Assamese (AM)

AHSEC Class 11 Advance Assamese Chapter 11  যীশুখৃষ্টৰ ছবি পাঠটোৰ উত্তৰ

প্ৰশ্নাৱলীঃ ১। ‘অন্তৰৰ অতি গুপুত কোণত সেইবোৰ কি কথা লুকাই আছে?’- মঞ্জলাৰ অন্তৰত কি কথা লুকাই আছিল, বহলাই আলোচনা কৰা। উত্তৰঃ মঞ্জলাই কুৰি বছৰ বয়সতেই এইখন ঘৰলৈ বিয়া হৈ আহিছিল। মঞ্জলা পঢ়াৰ প্ৰতি আগ্ৰহ আছিল যদিও পিতৃ মাতৃৰ কথাত বাধ্য হৈ বিয়াত বঢ়িছিল। ত্ৰিদিব হ’ল পিতৃ-মাতৃত কথাত চলা এজন ভদ্ৰ ল’ৰা। যোৱা কুৰিটা বছৰ মঞ্জলাই…

Read the full article

AHSEC Class 11 Advance Assamese Chapter 10 যীশুখৃষ্টৰ ছবি পাঠটোৰ উত্তৰ

প্ৰশ্নাৱলীঃ ১। মিলিটাৰি সম্পৰ্কে কেনেধৰণৰ ধাৰণা গল্পটোত প্ৰকাশ পাইছে লিখা। উত্তৰঃ চৈয়দ আব্দুল মালিকৰ যীশুখ্ৰীষ্টৰ ছবি গল্পটোত প্ৰকাশ পোৱা মতে মিলিটাৰী সম্পৰ্কে এনেকুৱা ধাৰণাৰ এটি ছবি দেখা যায় যে মিলিটাৰীবিলাক ভয় লগা ধৰণৰ লোক। সিহতৰ বহুতো কু-কৰ্মৰ কাহিনী আছে লৰা ছোৱালীয়ে নহয় ডাঙৰেও ভয়ত হাত ভৰি লুকাই। সিহতে কাটে মাৰে যতে ততে উৎপাত কৰে। সিহঁতৰ…

Read the full article

AHSEC Class 11 Advance Assamese Chapter 9 অঙ্কীয়া নাটৰ ৰস-বিচাৰ পাঠটোৰ উত্তৰ

প্ৰশ্নাৱলীঃ ১। ৰস বুলিলে কি বুজা? ই কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰঃ ৰস হৈছে কাব্যৰ মূল। কাব্যৰ যিটো গুণে কাব্যখনক বিশেষ বৈশিষ্ট্য় প্ৰদান কৰে সেই গুণটোৱে হল ৰস। ৰস আঠ প্ৰকাৰৰ। সেইবোৰ হল- শৃঙ্গাৰ, হাস্য, কৰুণ, বীৰ, ভয়ানক, অদ্ভুত, ৰৌদ্ৰ, বীভৎস আৰু শান্ত। ২। লেখকৰ মতে অংকীয়া নাটত কি ৰস প্ৰকাশ পাইছে- আলোচনা কৰা।…

Read the full article

AHSEC Class 11 Advance Assamese Chapter 8 ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা পাঠটোৰ উত্তৰ

প্ৰশ্নাৱলীঃ ১। ‘ভাবৰ যি ঘাত-প্ৰতিঘাতৰ কথা কোৱা হৈছে, তাৰ প্ৰথম জিলিঙনি সকলো ঠাইত ছাত্ৰ সমাজেই আগেয়ে পায়।’- কৃষ্ণকান্ত সন্দিকৈৰ প্ৰবন্ধটিৰ আলমত উক্ত মন্তব্যৰ বিশ্লেষণ কৰা। উত্তৰঃ যিকোনো ভাবৰ ঘাত- প্ৰতিঘাটৰ প্ৰথম জিলিকনি যে সকলো ঠাইৰ ছাত্ৰ সমাজেই আগেয়ে পায় আৰু ছাত্ৰ সমাজৰ ওপৰত সি যি প্ৰভাৱ বিস্তাৰ কৰে তাৰ ওপৰত প্ৰকৃতিয়ে এনেক পৰিমাণে নিৰ্ভৰ কৰে।…

Read the full article

AHSEC Class 11 Advance Assamese Chapter 7 শঙ্কৰদেৱৰ বাল্যকাল পাঠটোৰ উত্তৰ

প্ৰশ্নাৱলীঃ ১। তোমাৰ পাঠ্য প্ৰবন্ধৰ আধাৰত শঙ্কৰদেৱৰ বাল্যকালৰ এটি বিৱৰণ দিয়া। উত্তৰঃ শঙ্কৰদেৱে আঠমাহত ব্ৰহ্মপুত্ৰত পৰা কাছ ধৰি আনিছিল। চৈধ্য মাহত অজগৰ সাপক কাটিছিল। শিশুকালতে ভৰা লুইত সাঁতুৰি ইপাৰ সিপাৰ কৰিছিল। মহাপুৰুষ জনাই এবাৰ লগৰীয়াৰ লগত খেলি থাকোতে লগৰীয়া ভেকুৰীৰ হাত ভাঙিছিল শঙ্কৰদেৱে চুই দিয়াত ভঙা হাত ভাল হৈ গৈছিল। আৰো এবাৰ এজনৰ কাণ ছিঙাত…

Read the full article

AHSEC Class 11 Advance Assamese Chapter 6 চামুৰাই পাঠটোৰ উত্তৰ

প্ৰশ্নাৱলীঃ ১। চামুৰাই কোন? কবিতাটিত চামুৰাই কথা কিয় কোৱা হৈছে? উত্তৰঃ চমুৰাই হল মাতৃভূমিৰ প্ৰতি প্ৰাণ দিব পৰা এগৰাকী অখ্যাত সৈনিক তেওঁ কপিলীপাৰত বাস কৰে। তেখেতৰ উপৰিপুৰুষসকল মৰাণ সেনাক খেদি পুনৰ আহোম ৰজাক ৰাজপাটত বহুৱাবলৈ অসমলৈ আহিছিল আৰু অসমক মাতৃভূমি হিচাপে আকোৱালি লৈ কপিলীৰ পাৰত স্থায়ীভাৱে ৰৈ গল। চমুৰাই হল মাতৃভূমিৰ প্ৰতি প্ৰাণ দিব পৰা…

Read the full article

AHSEC Class 11 Advance Assamese Chapter 6 পছোৱাৰ ডাক পাঠটোৰ উত্তৰ

প্ৰশ্নাৱলীঃ ১। ‘পছোৱাৰ ডাক’ কবিতাটিত কবিগৰাকীয়ে পছোৱাৰ বৈশিষ্ট্য কেনেধৰণে ব্যক্ত কৰিছে লিখা। উত্তৰঃ পছোৱা হৈছে পশ্চিম দিশৰ পৰা বেগেৰে অহা এটা বতাহ। এই বতাহজাকে যুৱশক্তিক জাগি উঠিবলৈ আহ্বান জনাইছে। পছোৱাৰ ডাক শুনি কবিয়ে যুৱশক্তিক জাগি উঠিবলৈ বা জগাই তুলিব বিছাৰিছে।পছোৱাক হিমস্ৰক ঈগলৰ সংগীও বুলিছে আৰু আনফালে আন্ধাৰ আতৰাই আকাশ মুকলি কৰাৰ কথাও কৈছে। পছোৱাৰ বাবে…

Read the full article

AHSEC Class 11 Advance Assamese Chapter 6 পছোৱাৰ ডাক পাঠটোৰ উত্তৰ

প্ৰশ্নাৱলীঃ ১। ‘পছোৱাৰ ডাক’ কবিতাটিত কবিগৰাকীয়ে পছোৱাৰ বৈশিষ্ট্য কেনেধৰণে ব্যক্ত কৰিছে লিখা। উত্তৰঃ পছোৱা হৈছে পশ্চিম দিশৰ পৰা বেগেৰে অহা এটা বতাহ। এই বতাহজাকে যুৱশক্তিক জাগি উঠিবলৈ আহ্বান জনাইছে। পছোৱাৰ ডাক শুনি কবিয়ে যুৱশক্তিক জাগি উঠিবলৈ বা জগাই তুলিব বিছাৰিছে।পছোৱাক হিমস্ৰক ঈগলৰ সংগীও বুলিছে আৰু আনফালে আন্ধাৰ আতৰাই আকাশ মুকলি কৰাৰ কথাও কৈছে। পছোৱাৰ বাবে…

Read the full article

AHSEC Class 11 Advance Assamese Chapter 4 পানেশৈ পাঠটোৰ উত্তৰ

প্ৰশ্নাৱলীঃ ১। পানেশৈক বাপেকে কি বুলি কৈছিল? তাৰ উওৰত পানেশৈয়ে কি ক’লে? উত্তৰঃ পানেশৈক সাগৰৰ মাজত দেখি বাপেকে তেওঁৰ ঘাটলৈ নাওঁ চপাবৰ বাবে অনুৰোধ জনাইছে। তেওঁ কৈছে যে তেওঁ পানেশৈক ধন সম্পত্তি, আ-অলংকাৰ সকলো দিয়াৰ আগতে খাটলি পীৰাত বহুৱাই ভাত খুৱাব। তাৰ উত্তৰত পানেশৈয়ে কৈছিল তেওঁ খাটলি পীৰাত বহি ভাতো নাখায় আৰু ধন সম্পত্তিও নালাগে।…

Read the full article

AHSEC Class 11 Advance Assamese Chapter 3 প্ৰিয়তমাৰ চিঠি পাঠটোৰ উত্তৰ

প্ৰশ্নাৱলীঃ ১। ‘প্ৰিয়তমাৰ চিঠি’ কোন শ্ৰেণীৰ কবিতা? তাৰ এটি চমু পৰিচয় দিয়া। উত্তৰঃ ‘প্ৰিয়তমাৰ চিঠি’ কবিতাটো এটা চতুৰ্দশপদী কবিতা। ই এটা অসমীয়া ছনেট। ভাবাদৰ্শৰ ফালৰ পৰা কবিতাটো এটা ৰোমান্তিক কবিতা। ছনেট হল চৈধ্যটা চৰণত সম্পূৰ্ণ হোৱা কবিতা। বিষয় আৰু ভাবৰ ঐক্য ইয়াৰ মূল কথা। ইয়াৰ চৈধ্যতা শাৰীৰ প্ৰথম আঠটাক অষ্টক আৰু পিছৰ ছটা শাৰীক ষটক…

Read the full article