Chapter 10 ভগ্নাংশ (খ) ১। খালী ঠাই পূৰ কৰোঁ আহাঁ ২। খালী ঠাই পূৰ কৰোঁ আহাঁ ৩। তলৰ প্ৰতিটো ভগ্নাংশৰ তিনিটাকৈ সমমান ভগ্নাংশ লিখা . থূপত ভাগ Type – Boby Bora
Indian All Education Board Solution
Chapter 10 ভগ্নাংশ (খ) ১। খালী ঠাই পূৰ কৰোঁ আহাঁ ২। খালী ঠাই পূৰ কৰোঁ আহাঁ ৩। তলৰ প্ৰতিটো ভগ্নাংশৰ তিনিটাকৈ সমমান ভগ্নাংশ লিখা . থূপত ভাগ Type – Boby Bora
Chapter 10 ভগ্নাংশ (ক) ১। তলৰ চিত্ৰোৰত গোটেইটোৰ কিমা অংশত ৰং কৰা আছে? ২। তলত লিখা মতে প্ৰতিটো চিত্ৰৰ অংশটোত ৰং কৰা। ৩। ভগ্নাংশ লিখা গ) ৪ ভাগ = ঘ) ৯ ভাগৰ ৫ = ঙ) ৫ ভাগৰ ২ = ৪। চিত্ৰৰ সহায়ত প্ৰকাশ কৰা: ৫। তলৰ ভগ্নাংশবোৰৰ হৰ আৰু লব লিখাঃ ৬। হৰ আৰু লব…
Chapter 9 পৰিসীমা আৰু কালি ১। কিছুমান ত্ৰিভুজৰ বাহুৰ দীঘ দিয়া আছে। প্ৰতিটোৰে পৰিসীমা নির্ণয় কৰা— ক) বাহু তিনিটাৰ দীঘ ক্ৰমে ৪ ছেমি, ৭ ছেমি, ৫ ছেমি খ) কখগ ত্ৰিভুজৰ কখ বাহু = ৫ ছেমি, খগ বাহু = ৪ ছেমি, কগ বাহু = ৬ ছেমি ২। এটা ত্ৰিভুজৰ পৰিসীমা ২৫ ছেমি। ত্ৰিভুজটোৰ দুটা বাহুৰ দীঘ…
Chapter 8 আকৃতি শুদ্ধ নে অশুদ্ধ লিখা— ১। ক) কেইবাড়ালো ৰেখাখণ্ডৰ সহায়ত অংকন কৰা বন্ধ আকৃতিবোৰক চতুৰ্ভুজ বোলে। খ) এটা চতুৰ্ভুজৰ তিনিডাল বাহু থাকে। গ) এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনিটা থাকে ৷ ঘ) এটা বৰ্গৰ চাৰিওটা বাহুৰ দীঘ সমান । ঙ) এটা সমবাহু ত্রিভুজৰ তিনিওটা বাহুৰ দীঘ সমান। ২। খালী ঠাই পূৰ কৰা— ক) এটা বহুভুজৰ…
Chapter 7 জোখ-মাখ (জুলীয়া বস্তুৰ আয়তন) ১। খালী ঠাই পূৰ কৰা ২। খালী ঠাই পূৰ কৰা বস্তু কি পাত্ৰৰে জুখিবা কিমানবাৰ ল’বা২ লিটাৰ মিঠাতেল৩ লিটাৰ পেট্ৰল৪ লিটাৰ গাখীৰ১ লিটাৰ ঘি_ লিটাৰ৩ লিটাৰ কেৰাচিন ৫০০ মি.লি. পাত্ৰৰে৫০০ মি.লি. পাত্ৰৰে৫০০ মি.লি. পাত্ৰৰে মি.লি. পাত্ৰৰে২৫০ মি.লি. পাত্ৰৰে মি.লি. পাত্ৰৰে ৪ বাৰ___ বাৰ_ বাৰ৪ বাৰ৮ বাৰ৬ বাৰ৩। মিলিলিটাৰত প্ৰকাশ…
Chapter 6 জোখ-মাখ (বস্তুৰ আয়তন) ১। তলৰ কোনবোৰ বস্তু জুখিবলৈ তুলাচনী ব্যৱহাৰ কৰিবা ? চাউল, আটা, দাইল, নাৰিকল, আম, পিয়াজ, পানী, পাণ, কণী । ২। তুলাচনীৰ কোনখন পাল্লা তললৈ নামিব? চিন দিয়া। ৩। তুলাচনী চাই কোনটো বস্তুৰ ওজন কিমান চাওঁ আহাঁ ওপৰৰ চিত্ৰসমূহৰ পৰা উত্তৰ দিয়া— ক) কোনটো বস্তুৰ ওজন আটাইতকৈ বেছি? খ) কোনটো বস্তুৰ…
Chapter 5 জোখ-মাখ (দূৰত্ব) ১। খালী ঠাই পূৰ কৰাঃ ক) ১ কিলোমিটাৰ =________________ মিটাৰ খ) ১ কিলোমিটাৰ =________________ ছে.মি. গ) ১ মিটাৰ =_______________ ছে.মি. ঘ) ১ মিটাৰ =_______________ কিলোমিটাৰ ঙ) ১ ছে.মি. =_______________ মিটাৰ ২। খালী ঠাই পূৰ কৰাঃ ক) ৬ ছে.মি. + ৬ ছে.মি. =___________ ছে.মি. খ) ৭ মিটাৰ + ১০ মিটাৰ =___________ মিটাৰ…
Chapter 4 হৰণ ১। হৰণফল উলিওৱা (পূৰণ নেওতাৰ সহায়ত) ২। হৰণফল উলিওৱা ৩। চুটি নিয়মেৰে হৰণ কৰা ৪। ভাগফল আৰু ভাগশেষ লিখা ৫। এটা হৰণ অংকৰ ভাজক ২৪, ভাগফল ১৮ আৰু ভাগশেষ ১৩। ভাজ্য নির্ণয় কৰা । ৬। এটা হৰণ অংকৰ ভাজক ৩৮, ভাগফল ৪২ আৰু ভাগশেষ ২০। ভাজ্য নিৰ্ণয় কৰা । ৭। এটা হৰণ…
Chapter 3 পূৰণ ১। খালী ঠাই পূৰ কৰাঃ ক) ৮×৬ = ⬜ খ) ৯×৭ =⬜ গ) ৪×১৫ =⬜ ঘ) ৮×১০ = ⬜ ঙ) ৭×১১ =⬜ চ) ১৫×১ =⬜ ছ) ৮×৮ =⬜ জ) ১০×১০=⬜ ঝ) ৭×১৫ =⬜ ঞ) ২০×২০= ২। খৰকৈ পূৰণ কৰাঃ ক) ২০×৩০ = খ) ৫০×৬০ = গ) ৪০×৩০০ = ঘ) ৬০০×২০ = ঙ)…
Chapter 2 সামতলি আকৃতি (বৃত্ত) ১। তোমালোকৰ বহীত কেইটামান খোলাচিত্ৰ আৰু কেইটামান বন্ধ চিত্ৰ অংকন কৰা। ২। পেন্সিল কম্পাচৰ সহায়ত কেইচামান বৃত্ত অংকন কৰা। বৃত্তটোৰ ব্য়াস আৰু ব্য়াসাৰ্ধ আঁকি সেই বিলাকৰ দীঘ উলিওৱা। ৩। পেন্সিল কমেপাচৰ সহায়ত নোলোৱাকৈ বৃত্ত এটা আঁকিব পাৰিবানে? এইদৰে অঁকা চিত্ৰটো বৃত্ত হ’ল নে নহ’ল কেনেকৈ পৰীক্ষা কৰিবা? ৪। শুদ্ধ নে…