১৯৯১ চনত কেৰেলাই ভাৰতৰ প্ৰথম সম্পূৰ্ণ শিক্ষিত ৰাজ্য়ৰূপে পৰিগণিত হয় ।
Month: April 2021
ভাৰতৰ কোনখন ঠাইক ভাৰতবৰ্ষৰ হৃৎপিণ্ড বুলি জনা যায় ?
ভাৰতৰ যোধপুৰ ঠাইক ভাৰতবৰ্ষৰ হৃৎপিণ্ড বুলি জনা যায় ।
দাছিপুৰ বাইছন (এবিধ বনৰীয়া ষাঁড়) অভয়াৰণ্য় ভাৰতৰ কোনখন ৰাজ্য়ত অৱস্থিত ?
দাছিপুৰ বাইছন (এবিধ বনৰীয়া ষাঁড়) অভয়াৰণ্য় ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্য়ত অৱস্থিত ।
মিজোৰাম ৰাজ্য়ৰ লোকসকল সাধাৰণতে কোন ধৰ্মালম্বী লোক ?
মিজোৰাম ৰাজ্য়ৰ লোকসকল সাধাৰণতে খ্ৰীষ্টান ধৰ্মালম্বী লোক ।