উত্তৰঃ- বিষ্ণুকে একমাত্ৰ শ্ৰেষ্ঠ দেৱতা বুলি স্বীকাৰ কৰি পৰম ভক্তি সহকাৰে পূজা কৰা প্ৰথাকে বৈষ্ণৱবাদ বুলি কোৱা হয়।
Month: January 2022
সূৰ্যপাহাৰ কি কি ঠাইত পোৱা যায়?
উত্তৰঃ- দহ-পৰ্বতীয়া, গহপুৰ, শুৱালকুছি, মঙ্গলদৈ, তেজপুৰ, পাণ্ডু, শদিয়া, শুক্লেশ্বৰ, আদি ঠাইত সূৰ্য্য়পাহাৰ পোৱা যায়।
কোনখন ফলিত উল্লেখ থকা আদিত্য শব্দই সূৰ্য্য় দেৱতাক বুজাইছে?
উত্তৰঃ- ইন্দ্ৰপালৰ তামৰ ফলিত উল্লেখ থকা আদিত্য শব্দই সূৰ্য্য় দেৱতাক বুজাইছে।
কালিকা পুৰাণত কিহৰ বৰ্ণনা আছে?
উত্তৰঃ- কালিকা পুৰাণত নৱগ্ৰহ পূজাৰ প্ৰধান কেন্দ্ৰ চিত্ৰাচল পাহাৰৰ বৰ্ণনা আছে।